TRENDINGমহানগৰ চন্দ্ৰপুৰত অঘটন, ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ By নিয়মীয়া বাৰ্তা On Jun 27, 2026 Share চন্দ্ৰপুৰৰ হাতীশিলাত অঘটন। ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজন যুৱকে। নৈত জাঁপ দিয়া যুৱকজন বীৰকুছিৰ কৌশিক মেধি। ঘটনাস্থলীত উপস্থিত প্ৰাগজ্যোতিষপুৰ আৰক্ষী। বৰ্তমানো নিখোজ যুৱকজন। ডিজিটেল ডেস্ক, ২৭ জুন Featured Share