নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে কোনে চাইছে আপোনাৰ WhatsApp প্ৰফাইল, কিটিপ জানক আজিয়েই…

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ হোৱাটছ এপ সকলোৰে মাজত বৰ্তমান জনপ্ৰিয় এপ। হোৱাটছ এপ বিশ্বৰ প্ৰায়ভাগ লোকেই ব্যৱহাৰ কৰে। হোৱাটছ এপ ব্যৱহাৰকাৰীসকলক এটা গুৰুত্বপূৰ্ণ তথ্য জনাব বিচাৰিছো। যদি আপুনি হোৱাটছএপৰ প্ৰফাইল ফটো দিয়ে আৰু জানিব বিচাৰে যে আপোনাৰ প্ৰফাইল ফটোখন কোনে চাইছে, তাক কেনেদৰে জানিব পাৰে সেই বিষয়ে জনাম।

দৰাচলতে হোৱাটছএপ প্ৰফাইল ফটো কোনে কোনে চাই জানিবলৈ এটা এপ ডাউনলোড কৰিব লাগিব। প্ৰথমে গুগল প্লেষ্টোৰৰ পৰা WhatsApp- Who Viewed Me বা Whats Tracker নামৰ এপ ডাউনলোড কৰিব লাগিব। এইকেইটা এপ ডাউনলোড কৰাৰ পিছত 1mobile market ডাউনলোড কৰিব লাগিব। এইটো এপ ডাউনলোড নকৰিলে WhatsApp- Who Viewed Me ডাউনলোড নহ’ব।

এইকেইটা এপ ডাউনলোড কৰাৰ পিছত আপোনাৰ সন্মুখত আহিব আপোনাৰ প্ৰফাইল ফটোখন কোনে কোনে চাইছে।

কিন্তু সেইসকল লোকৰ বিষয়েহে জানিব যিয়ে ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ প্ৰফাইল ফটো চাইছে। কিন্তু এই এপকেইটা কিমান সুৰক্ষিত এতিয়ালৈকে জানিব পৰা নাই। মুঠৰ ওপৰত এইটো প্ৰক্ৰিয়াৰে আপোনাৰ হোৱাটছএপ প্ৰফাইল মনে মনে কোনে  চাইছে সেই বিষয়ে জানিব পাৰিব।

You might also like