নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীৰ পৰা পুনৰ নিৰুদ্দিষ্ট কিশোৰ, চাঞ্চল্য

  • পুনৰ গুৱাহাটী মহানগৰীৰ পৰা নিৰুদ্দেশ এটি কিশোৰ।
  • খেলি থকাৰ পৰাই নিৰুদ্দেশ এটি কিশোৰ।
  • দক্ষিণগাঁও ঈদগাহ মৈদাম পথৰ পৰা নিৰুদ্দেশ কিশোৰজন।
  • নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম ৰাচিদুল ইছলাম।
  • অন্যহাতে কিশোৰজনৰ ওচৰত প্ৰত্যক্ষ কৰিছিল এজন ব্যক্তিক।
  • ব্যক্তিগৰাকীয়ে অপহৰণ কৰা বুলিও সন্দেহ একাংশৰ।
  • ভগদত্তপুৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
  • খবৰ পালে 6003161618/9395442579 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

ডিজিটেল ডেস্ক, ১৪ জুলাই

You might also like