নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে এইদৰে প্ৰস্তুত কৰক জিনজাৰ মাট’ন

প্ৰয়োজনীয় সামগ্ৰী-

ছাগলী মাংস- আধা কেজি।
পিঁয়াজ-২৫০ গ্ৰাম।
দৈ- এক কাপ।
আদাৰ ৰস- আধা কাপ।
গোটা গৰম মছলা- এক চামুচ
নিমস- সোৱাদ অনুযায়ী।

তৈয়াৰ কৰা প্ৰণালীঃ

পিঁয়াজ সৰুকৈ কুটি লওক, তাৰ পাছত আদাৰ ৰস আৰু দৈৰ লগত মিহলি কৰি ছাগলী মাংসখিনি মেৰিমেট কৰি দুঘন্টা ফ্ৰিজত থৈ দিয়ক। এতিয়া কেৰাহীত ৰিফাইন তেল দি গোটা গৰম মছলা দি দিয়ক। এতিয়া মেৰিনেট কৰা ছাগলী মাংসখিনি দি কম জুইত বনাওক। পানীতপ্ৰয়োজন নাই। সিজিলে গৰমে গৰমে পৰিৱেশন কৰক।

You might also like