কংগ্ৰেছ ত্যাগ জ্যোতিৰাদিত্য সিন্ধিয়াৰ
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ পদত্যাগ কৰিলে কংগেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ পদ্যতাগ পত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছতেই পদত্যাগ কংগ্ৰেছ নেতা গৰাকীৰ।