কণীৰে পূজা কৰা এটা মন্দিৰ…
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ সাধাৰণতে মন্দিৰত পূজা কৰা হয় প্ৰসাদেৰে। ভক্ত সকলে মন্দিৰত প্ৰসাদেৰে পূৰ্জা অৰ্চনা কৰা দেখা যায়। কিন্তু আমাৰ দেশতে এটা আচৰিত মন্দিৰ আছে। য’ত কণীৰে পূজা অৰ্চনা কৰা হয়। মন্দিৰটোৰ নাম তুইেল ঘৌষ্ট মন্দিৰ। কলকাতাত অৱস্থিত এই মন্দিৰটোত পৰম্পৰা অনুসৰি বাৰো ভৌতৰ পূজা কণীৰে পূজা কৰা হয়। লাখ লাখ ভক্তই কণীৰে মন্দিৰত পূজা আগবঢ়ায়। পৰম্পৰা অনুসৰি এগৰাকী বুঢ়ী মা আৰু বন দুৰ্গাৰ কাহিনী জড়িত হৈ আছে। যত বুঢ়ী মাৰ ভোক লাগে আৰু কণীৰে পেট ভৰাই। ইয়াৰ পিছতেই অঞ্চলটোত সেই পৰম্পৰা আৰম্ভ হল। তাৰ পিছতেই মেলা আৰম্ভ হল আৰু ভক্ত সকলে কণীৰে পূজা কৰিবলৈ ধৰিলে।
ভক্ত সকলে বিশ্বাস কৰে যে বন দেৱতাৰ পূজা কৰিবলৈ মাংসৰ ভোজন দিয়া হয়। মাংস সকলোৱে দিয়ে কিন্তু কণী কোনোও নিদিয়ে। যাৰ বাবে কণীৰ সৈতে দুৰ্গাৰ পূজা দুলৰ্ভ আৰু অদ্বিতীয়। পূজা কৰাৰ পিছত কণী সমূহ চিকিতালয়ৰ দুখীয়া ৰোগী সকলক প্ৰদান কৰা হয়।