নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ালয়ে খর্ব কৰিব পাৰে ইডিৰ ক্ষমতা

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ অবৈধ ধনৰ লেনদেনৰ গোচৰ সন্দর্ভত নিজে দিয়া নির্দেশ পুনৰ বিবেচনা কৰা হ’ব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে৷  বৃহস্পতিবাৰে ন্যায়ালয়ে উল্লেখ কৰিছে যে পূর্বৰ ৰায়ৰ দুটা দিশ পুনৰ বিবেচনা কৰি চোৱা হ’ব৷ উল্লেখনীয় যে এই গোচৰত ইডিৰ ক্ষমতা বৃদ্ধি কৰি উচ্চতম ন্যায়ালয়ে জনাইছিল যে কোনো ব্যক্তিক গ্রেপ্তাৰ কৰাৰ পূর্বে সেই ব্যক্তিক এজাহাৰৰ কপী দিবলৈ বাধ্য নহয় ইডিৰ বিষয়ববীয়া৷ এই বিষয়টো পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত লৈছে ন্যায়ালয়ে৷

You might also like