নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্ৰতি ৩ মিনিটত সংঘটিত হয় চুৰি-ডকাইতি

নিউজডেস্ক, ২২ নৱেম্বৰঃ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলাৰ মাজতেই দেশত প্ৰতি তিনি মিনিটত সংঘটিত হয় এটি চুৰি-ডকাইতিৰ ঘটনা । নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ (এনচিআৰবি) তথ্য মতে, ২০১৭ চনত আৱাসিক চৌহদকে ধৰি বিভিন্ন স্থানত চুৰি, ডকাইতি, তলা ভাঙি চুৰ কৰা আদিৰ ঘটনা সংঘটিত হৈছিল ২,৪৪,১১১ টা । ২০১৬ চনৰ তুলনাত এই ঘটনা ১০ শতাংশতকৈ অধিক বৃদ্ধি পাইছিল । তথ্য মতে ২০১৬ চনত সংঘটিত হৈছিল ২,২০,৮৫৪ টা ।

You might also like