নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি গণৰাজ্য দিৱস । পুৱাৰে পৰা দেশৰ প্ৰান্তে প্ৰান্তে দেখা যায় গণৰাজ্য দিৱসৰ প্ৰস্তুতি । ৰাজধানী দিল্লীত কেন্দ্ৰীয়ভাৱে উদযাপিত গণৰাজ্য দিৱসৰ লগতে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হৈ থকা জোৱান সকলো ব্যস্ত হৈ পৰিছে গণৰাজ্য দিৱসক লৈ ।
#WATCH Indo-Tibetan Border Police (ITBP) personnel with the national flag celebrating Republic Day at 17000 feet in snow today. The temperature in Ladakh at present is minus 20 degrees Celsius. ‘Himveers’ chanting ‘Bharat Mata Ki Jai’ and ‘Vande Mataram’. pic.twitter.com/ANCe8txnFI
— ANI (@ANI) January 26, 2020
ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীয়ে (ITBP) ৭১ সংখ্যক গণৰাজ্য দিৱস পালন কৰে ১৭,০০০ ফুট উচ্চতাত লাডাখত । বৰফ আৰু প্ৰচণ্ড শীতকো নেওচি এইসকল জোৱানে পালন কৰে গণৰাজ্য দিৱস । – ২০ ডিগ্ৰী ছেলছিয়াছত দেশৰ এই বিশেষ দিনটোত ভাৰত মাতা কি জয় আৰু বন্দে মাতৰমৰ ধ্বনিত ৰাষ্ট্ৰীয় পতাকাৰ তলত দেশৰ প্ৰতি জনাই অলেখ শ্ৰদ্ধা ।