নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ডিচেম্বৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ  শতবাৰ্ষিকীৰ উপলক্ষ্যে বিভিন্ন ৰঙৰ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে উত্তৰ প্ৰদেশৰ ঐতিহ্যমণ্ডিত আলিগড় মুছলিম বিশ্ববিদ্যালয়। অহা ২২ ডিচেম্বৰত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ’ব শতবাৰ্ষিকী অনুষ্ঠান । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব ।

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, সমৃদ্ধি আৰু অতুলনীয় ঐতিহ্য দেখুৱাবলৈ ঐতিহাসিক ভৱন আৰু প্ৰশাসনিক খণ্ডৰ লগতে গেটসমূহক বিভিন্ন ৰঙৰ লাইটেৰে সজ্জিত কৰি তোলা হৈছে।

You might also like