নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মর্মান্তিকঃ কন্যাশিশুৰ ওপৰত গৰম পানী ঢালিলে নিচাসক্ত মাতৃয়ে, শিশুটিৰ অৱস্থা বিপদজনক

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ কোকেইন সেৱন কৰে মাতৃয়ে। যাৰ বাবে এনে নাৰকিয় কাণ্ড কৰিব পাৰেনে? এগৰাকী মাতৃয়ে তেওঁৰ ১৯ মহীয়া কন্যাৰ ওপৰত গৰম পানী ঢালিছিল। তাৰপাছত প্ৰায় ১ ঘণ্টা ধৰি ছটফটাই থাকে সৰু ছোৱালীজনীয়ে। অৱশেষত শিশুটিৰ মৃত্যু হয়। এনে এক নিৰ্মম ঘটনাৰ বৰ্ণনা শুনি ন্যায়াধীশো হতবাক হৈ পৰিছিল। আদালতে মহিলাগৰাকীক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

লগতে পঢ়কঃ  যৌন জীৱনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে সুস্বাস্থ্যৰঃ গৱেষণা

উল্লেখ্য যে শৰীৰত গৰম পানী পৰাত শিশুটিৰ শৰীৰ প্ৰায় ৬৫ শতাংশ জ্বলি গৈছিল।

ন্যায়াধীশে কয় যে চিকিৎসা প্ৰতিবেদন অনুসৰি, শিশুটোৰ লগে লগে মৃত্যু হোৱা নাছিল। তেওঁ প্ৰায় এঘণ্টা ধৰি বিষ সহ্য কৰিছিল। হয়তো শিশুটিক সময়মতে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হ’লে জীৱন ৰক্ষা পৰিলহেতেন।

You might also like