নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CDS পদৰ বাবে অনুমোদন মোদী কেবিনেটৰ

CDSৰ পদত অনুমোদন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ Chief of Defence Staff (CDS) পদৰ বাবে অনুমোদন মোদী কেবিনেটৰ।স্থলসেনা-বায়ুসেনা-নৌসেনাৰৰ সমন্ৱয়কৰ দায়িত্ব ৰক্ষা কৰিব CDS-এ। স্ৱাধীনতা দিৱসত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল CDS পদৰ বিষয়ে। আনহাতে দেশৰ প্ৰথমগৰাকী CDS ৰূপে বিপিন ৰাৱটৰ নাম চৰ্চাত আছে। PMOৰ সৈতে পোনপটীয়াকৈ যোগাযোগ থাকিব CDSৰ।