নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ২০টা গাঁওপ্রধানৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন

যোৰহাট জিলা আয়ুক্ত কার্যালয়ৰ তৰফৰ পৰা পূব যোৰহাটৰ ২০টা গাঁওপ্রধানৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like