চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬২০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্রিল
মেডিকেল এণ্ড হেলথ ৰিক্রুইটমেণ্ট ব’ৰ্ড, অসমৰ ফালৰ পৰা অসম মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬ শতাধিক পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

Prev Post