নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CISF ৰ ক্রীড়া শিতান-ত ৪০৩টা পদত চাকৰি

CISF ৰ ক্রীড়া শিতানত ৪০৩টা পদত চাকৰি
আবেদনৰ অন্তিম তাৰিখ ৬ জুন

কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ত ক্রীড়া শিতানৰ বাবে সংৰক্ষিত ৪০৩টা কনিষ্টবলৰ পদ পূৰণ কৰা হ’ব৷ পদৰ নাম হেড কনিষ্টবল (জেনেৰেল ডিউটী)৷ পদৰ সংখ্যা ৪০৩টা৷ দৰমহা ২৫,৫০০–৮১,১০০ টকা৷

শিক্ষাগত অর্হতা : দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ৰাষ্ট্রীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ এথলেটিকছ অথবা অন্যান্য ক্রীড়াত অংশগ্রহণ কৰা হ’ব লাগিব৷

বয়স প্রার্থীৰ বয়স ২০২৫ চনৰ ১ আগষ্টৰ ভিত্তিত ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ সেই অনুসৰি প্রার্থী ২০০৭ চনৰ ১ আগষ্ট আৰু ২০০২ চনৰ ২ আগষ্টৰ ভিতৰত জন্মগ্রহণ কৰা হ’ব লাগিব৷ বয়স ৰেহাই এছচি/এছটিৰ ৫ বছৰ আৰু অ’বিচিৰ বয়স ৩ বছৰ ৰেহাই দিয়া হ’ব৷

আবেদন মাচুল ১,০০০ টকা যদিও এছচি, এছটি আৰু মহিলা প্রার্থীয়ে আবেদন মাচুল জমা দিব নালাগে৷

cisf

You might also like