ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ত চাকৰি
ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ(Indira Gandhi National Open University)ত খালী হৈছে ২টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিIGNOUৰElectronic Media Production CentreৰDirector-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Consultant পদৰ প্রার্থী পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰুMass Communications & Journalism বিষয়ত ডিগ্রী/ডিপ্ল’মাধাৰী হোৱাৰ লগতে Programme Production/Media Management বিষয়/ বিভাগত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা আৰুSupervisory Capacity থকা হ’ব লাগিব নাইবাAssistant Station Director/Assistant Station Engineer হিচাপেAIR/DD/Central-State Govt. Broadcast Organizations/Private Channels of ReputeৰManagement of Production/Broadcasting বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷দৰমহাৰ নিৰিখ মাহে ৪০,০০০ টকা৷
আনহাতে,Administrative Associates পদৰ প্রার্থী গ্রেজুৱেট আৰুMass Communications & Journalism বিষয়ত ডিগ্রী/ডিপ্ল’মাধাৰী হোৱাৰ লগতেProgramme Production/Programme Management/Journalism বিষয়/বিভাগত এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতAudio Programme Production বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ নাইবাAssistant Station Director/Assistant Station Engineer হিচাপেAIR/DD/Central-State Govt. Broadcast Organizations/Private Channels of Repute বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০ টকা৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://ignou.ac.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo The Director, Electronic Media Production Centre, Indira Gandhi National Open University, Maidan Garhi, New Delhi-110068 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৩ মার্চ, ২০২১৷