নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল বিকাশ লিমিটেডত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ জুলাই

কেন্দ্রীয় চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ সংস্থা ৰে’ল বিকাশ নিগম লিমিটেডত খালী হোৱা এটি পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like