ৰে’ল বিভাগ-ত ৯,৯৭০টা পদৰ নিযুক্তিৰ প্রস্তুতি
📌 ৰে’ল বিভাগ-ত ৯,৯৭০টা পদৰ নিযুক্তিৰ প্রস্তুতি। আবেদনৰ অন্তিম তাৰিখ ১১ মে’। ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ তৰফৰ পৰা বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷