নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাইফলচৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে মণিপুৰত সন্ত্ৰাসবাদীয়ে ১৯ নং অসম ৰাইফলচৰ আউটপষ্টত আক্ৰমণ চলায়। এই আক্ৰমণৰ ঘটনা সংঘটিত হয় মণিপুৰৰ চান্দেল জিলাত। অৱশ্যে এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত কোনো হতাহত হোৱা নাই।

You might also like