উত্তৰ-পূব অসম ৰাইফলচৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ নিয়মীয়া বাৰ্তা Nov 22, 2019 নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে মণিপুৰত সন্ত্ৰাসবাদীয়ে ১৯ নং অসম ৰাইফলচৰ আউটপষ্টত আক্ৰমণ চলায়। এই আক্ৰমণৰ ঘটনা সংঘটিত হয় মণিপুৰৰ চান্দেল জিলাত। অৱশ্যে এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত কোনো হতাহত হোৱা নাই।