নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত পুনৰ ১৪ জন লোক ক’ভিডত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ মিজোৰামত বিগত ২৪ ঘণ্টাত পুনৰ ১৪ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে। যাৰ পাছতে ৰাজ্যখনত আক্ৰান্ত্ৰ সংখ্যা ৪,৫২২ জনলৈ বৃদ্ধি পাইছে।
ইপিনে বৰ্তমানলৈকে ১৪ জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে।
উল্লেখ্য যে ৰাজ্যখনত এইপৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হৈ ১১ জন লোকৰ মৃত্যু ঘটিছে।

 

You might also like