ধনৰ অভাৱ : অযোধ্যাত মছজিদৰ ভেটিটোও নিৰ্মাণৰ অৱস্থাত নাই
বিশেষ বাৰ্তা, ১৯ মেঃ অযোধ্যাত মছজিদ নিৰ্মাণৰ পৰিকল্পনাত অনুমোদনৰ বাবে অযোধ্যা উন্নয়ন কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিবলৈ ওলাইছে ভাৰত-ইছলামিক কালচাৰ ফাউণ্ডেচনে। ইয়াৰ পূৰ্বে এই ফাউণ্ডেচনে এডিএৰ পৰা উন্নয়নমূলক চাৰ্জ সম্পূৰ্ণৰূপে মুক্ত কৰাৰ…