জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ জখলাবন্ধা আৰক্ষী থানাত গোচৰ ৰুজু
নিয়মীয়া বাৰ্তা, ১৯ মে': অধিক ৰহস্যঘন হৈ পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ আজি চাৰিদিন উকলি যোৱাৰ পাছতো নিত্য নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষী, চিআইডিতো বাদেই সৰ্বসাধাৰণ ৰাইজ বিভ্ৰান্ত হৈ পৰিছে সঁচা কোন আৰু…