ব্রিজভূষণৰ শাস্তি নহ’লে চৰকাৰী সন্মান ওভতাই দিয়াৰ হুংকাৰ ৰেষ্টলাৰৰ
নিয়মীয়া বাৰ্তা, ২০ মে': দীর্ঘদিনীয়া ধর্ণা, আদালতৰ হস্তক্ষেপেও প্রভাৱ পেলাব পৰা নাই ৰেষ্টলাৰসকলৰ আন্দোলনত৷ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ব্রিজভূষণ চৰণ সিং৷ অৱশেষত তদন্তকাৰী বিষয়াসকলৰ ওপৰত বিৰক্ত হৈ কেন্দ্রীয় চৰকাৰে দিয়া সকলো সন্মান ওভতাই দিয়াৰ…