নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি চি অ’ ডি

ডাঃ ৰাজীৱ লোচন শৰ্মা, ইষ্ট এণ্ড নাৰ্ছিং হোম, গুৱাহাটী পলিছিষ্টিক অৱেৰিয়ান ডিজিজ বা ছিনড্র’ম বর্তমান কিশোৰী বা কম বয়সীয়া মহিলাসকলৰ দেখা দিয়া এক মেটাব’লিক সমস্যা৷ সাধাৰণতে শকত–আৱত মহিলাসকল এনে সমস্যাত ভোগে৷ এনে মহিলাৰ মাহেকীয়া…

কঁকালৰ বিষ প্ৰতিৰোধ কৰিব পাৰি

কঁকালৰ বিষ–ৰোগী আৰু চিকিৎসক দুয়োজনৰে কাৰণে অসুবিধাজনক সমস্যা৷ ঔষধ খাই কিছুদিনৰ বাবে ‘ভাল’ হ’লেও ৰোগটোৱে পুনৰ আমনি কৰে৷ ফলত ৰোগীয়ে চিকিৎসকৰ ওপৰত আস্থা হেৰুৱায়৷ সেয়ে এনে ৰোগীয়ে সঘনাই ডাক্তৰ সলায়৷ ৰোগীয়ে ধাৰণা কৰি লয় যে ৰাজহাড় ডালত এবাৰ যেতিয়া…

ইউকেলিপ্টাছৰ পাত আৰু তেলৰ বিষয়ে

গুৱাহাটী শাখাৰ, চানমাৰি উৰণীয়া সেতুৰ সমীপত অৱস্থিত শান্তিগিৰী আয়ুর্বেদ আৰু সিদ্ধ বৈদ্যশালাত মই ২০০৪ চনত ইনট্রানচিপ শেষ কৰি ৰেছিডেণ্ট মেডিকেল অফিচাৰ হিচাপে নিযুক্তি পাইছিলোঁ৷ জীৱনৰ প্রথম চাকৰি, গতিকে উদ্যম আৰু উলাহেৰে সেৱা আগবঢ়াবলৈ চেষ্টা…

খং কেনেকৈ প্ৰশমিত কৰিব

খং নামে চণ্ডাল৷ খঙত হিতাহিত জ্ঞান শূন্য হৈ মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে৷ পিছত তেনে কাম কৰাৰ বাবে অনুশোচনাত দগ্ধ হয়৷ আকৌ কেতিয়াবা সেই কামৰ বাবে ভয়ংকৰ শাস্তিৰো সন্মুখীন হ’বলগীয়া হয়৷ সেইবাবেই যিমান পৰা যায়, খঙৰ পৰা আঁতৰি থাকিব…

বয়োবৃদ্ধৰ যতন

বার্ধক্য এটা অৱশ্যম্ভাৱী সত্য৷ সেয়েহে ইয়াক সহজভাৱে গ্রহণ কৰি ঋতুভেদে বছৰৰ ১২ মাহ বা ৩৬৫ দিনেই সুস্থ–সবল হৈ থকাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব লাগে৷ নিম্ন উল্লেখিত উপায়সমূহ নিয়মিতভাৱে পালন কৰি বয়সক বাধা দিব নোৱাৰিলেও বয়সে কঢ়িয়াই অনা ৰোগসমূহক…

যোগ নহলে ৰোগ

আজিৰ দিনত ব্যস্ততাপূর্ণ জীৱনত মানুহৰ শৰীৰটো হৈ পৰিছে এক যন্ত্রসদৃশ৷ এই যন্ত্রসদৃশ শৰীৰটোক আমি গুৰুত্ব দিয়াৰ বিপৰীতে আমি আমাৰ লাহ–বিলাহত বেছি গুৰুত্ব দিছোঁ৷ বহুতে কয় এতিয়া ‘আধুনিক’ যুগ এই যুগত মদ, চিগাৰেট আদি নাখালে হেনো তেওঁক লাজ দিয়ে৷ সেয়ে…

স্তনৰ অঁহীয়া গ্রন্থি নাৰেঙা

ডাঃ নিৰ্মল বৰা      স্তনৰ ৰোগসমূহৰ ভিতৰত কর্কট ৰোগৰ পিছতে অঁহীয়া গ্রন্থি নাৰেঙাই ভয়াৱহ৷ সাধাৰণতে এই ৰোগ ১৫ বছৰৰ পৰা ৩০ বছৰীয়া মহিলাৰ স্তনত দেখা যায়৷ অর্থাৎ সন্তান জন্ম দিব পৰা ক্ষমতা অর্জন কৰা সময়ছোৱাৰ আদি ভাগত৷ ৪০ বছৰ বয়সৰ পিছত…

টোপনিৰ বিষয়ে কিছু বৈজ্ঞানিক তথ্য

সু–স্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতিকৈ প্রয়োজন৷ টোপনিৰ সময়ত আমাৰ মগজুত কিছুমান ঢ়ৌ চলি থাকে, যাক কোৱা হয় ‘ব্রেইন ৱেভ’ Brain Wave)৷EEG (Electro Encephalo Graph নামৰ যন্ত্রৰ দ্বাৰা এই ৱেভসমূহৰ বিষয়ে গম পোৱা যায়৷ আমাৰ মস্তিষ্কত নিদ্রিত বা জাগ্রত…

মাইচ’ফ’বিয়া

গ্রীক শব্দ ‘মুচ্চ্’ আৰু ‘ফ’বছ’ লগ হৈ গঠন হৈছে ‘মাইচ’ফ’বিয়া’ শব্দ৷ মুচ্চ মানে অপৰিষ্কাৰ আৰু ফ’বছ মানে ভয়৷ জীবাণু আতংকত ভুগি স্বচ্ছতা সন্দর্ভত অতি সচেতন হোৱা একপ্রকাৰ বিকাৰযুক্ত অস্বাভাৱিক অৱস্থা হৈছে মাইচ’ফ’বিয়া৷ ধূলি–মাকতি, বীজাণু, লেতেৰা…

বনৌষধিৰে লিভাৰৰ সুৰক্ষা

Health is wealth’ অর্থাৎ স্বাস্থ্যই পৰম সম্পদ৷ এই স্বাস্থ্য ঠিকে থাকিবলৈ হ’লে আমাৰ শৰীৰৰ কেতবোৰ অংগ যেনে– যকৃত (লিভাৰ), বৃক্ক (কিডনী) আৰু কলিজা (হার্ট) সুস্থ, সবল আৰু কার্যক্ষম হৈ থকাটো অতি প্রয়োজনীয়৷ ইয়াৰ ভিতৰত যকৃত বা লিভাৰ আমাৰ শৰীৰৰ…