নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে আজিৰ দিনটো

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ৩ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ২০ নৱেম্বৰ, ২০১৯ চন ১৯২৯ ত ভাৰতীয় এথলীট মিলখা সিঙৰ জন্ম ১৯৯৭ ত কল্পনা চাওলাৰ মহাকাশলৈ যাত্ৰা ১৭৫০ চনত টিপু চুলতানৰ জন্ম ১৯২৩ ত সাহিত্যিক নাদিন গাৰ্ডিমাৰৰ জন্ম…

ডিব্ৰুগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাত নিহত হয় ওম প্ৰকাশ আগৰৱালা নামৰ এজন ব্যবসায়ী। বাসগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত সংঘটিত হয় এই ঘটনা। দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ পৰা কাঢ়ি নিছিল…

২০২০ চনত ৩৫ দিন চৰকাৰী বন্ধ পাব ৰাজ্যিক কৰ্মচাৰীয়ে

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা ২০২০ চনত মুঠ ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধৰ দিন হিচাপে অনুমোদন জনাইছে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে । মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অহা ২০২০…

মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ

মহানগৰীঃ দিছপুৰ ঘেৰাও সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ কৰ্মী সন্থা। মধ্যাহ্ন ভোজনৰ দায়িত্ৱ NGOক দিয়াৰ প্ৰতিবাদত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰ্মীসকলৰ। মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কৰ্মীসন্থাৰ লগত আলোচনাত বহাৰ দাবী কৰ্মীসকলৰ লগতে পূৰ্বৰ ব্যবস্থা…

কলকাতাত নিলাম হ’ব স্বণিল আহোম যুগৰ ঐতিহ্য

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ছশ বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্যৰ সাক্ষী বৃহৎসংখ্যক সোণ-ৰূপৰ মুদ্ৰাৰ নিলাম প্ৰস্তুতি চলিছে বহিঃৰাজ্যত । ৰাজ্যবাসীৰ অলক্ষিতে নিলাম প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ লগে লগে হয়টো অসম বুৰঞ্জীৰ স্বৰ্ণিল যুগ হিচাপে চিহ্নিত আহোম…

ওৰাঙত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; থিতাতে নিহত ৮ জন

ওৰাং, ২০ নৱেম্বৰঃ ওৰাঙৰ গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন আৰ্টিকা বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক। উল্লেখ্য যে বাইহাটা চাৰিআলিৰ পৰা…

থাইলেণ্ডলৈ অসমৰ শৰীৰচৰ্চাবিদ

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ থাইলেণ্ডত অহা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত ভাগ লব অসমৰ এটি ১৫ জনীয়া দলে। দলটোৰ অন্যতম শৰীৰচৰ্চাবিদ সকল হল দ্বীপজ্যোতি বড়ো, অম্লানজ্যোতি ৰাভা, বিজুৰাম বড়ো, অতনু বৰুৱা, ভাস্কৰজ্যোতি…

দৰ্শকেৰ ভৰিব ইডেনৰ গেলেৰী

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ টেষ্ট ক্ৰিকেটৰ জনপ্ৰিয়তা পুনৰুদ্ধাৰ কৰিবলৈ ইয়াক নৱৰূপ দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে বি বি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে। এই প্ৰয়াসৰ অংশস্বৰূপে তেওঁ গৃহচহৰ কলকাতাত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্টৰ আয়োজন কৰিছে।…

মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰ’ৰ ‘Cartosat-3’

নিউজডেস্ক,১৯ নৱেম্বৰঃ আকৌ মহাকাশ অভিযানলৈ সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ চলিত মাহৰ ২৫ তাৰিখে সংস্থাটোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহ সমূহৰ ভিতৰত অন্যতম হৈছে…

এটি এম হেক কৰাৰ অভিযোগত চাৰি বিদেশী নাগৰিক আটক

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ এটিএম হেক কৰাৰ অপৰাধত পশ্চিম বংগৰ আৰক্ষীয়ে মঙলবাৰে দুজন তুৰ্কী আৰু দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে আগৰতালা আৰক্ষীয়ে এটিএম হেক কৰাৰ অভিযোগত ইতিমধ্যেই ৰুজু কৰা হৈছে।…