নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰ্শকেৰ ভৰিব ইডেনৰ গেলেৰী

টেষ্টক নৱৰূপ দিয়াৰ প্ৰয়াস গাংগুলীৰ

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ টেষ্ট ক্ৰিকেটৰ জনপ্ৰিয়তা পুনৰুদ্ধাৰ কৰিবলৈ ইয়াক নৱৰূপ দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে বি বি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে। এই প্ৰয়াসৰ অংশস্বৰূপে তেওঁ গৃহচহৰ কলকাতাত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্টৰ আয়োজন কৰিছে।

টেষ্টক নৱৰূপ দিয়াৰ প্ৰয়াস গাংগুলীৰ
গুলপাীয়া হৈছে কলকাতা

 

ঐতিহাসিক ইডেন গাৰ্ডনেত অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া গুলপীয়া বলৰ প্ৰথম খন মেচৰ প্ৰস্তুতি সন্দৰ্ভত গাংগুলীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দিবা-নৈশ টেষ্টৰ আয়োজন কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক যদিও বংগ ক্ৰিকেট সন্থাই ঐতিহাসিক মেচখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মেচখনৰ সম্পূৰ্ণ কৰি তুলিছে। মেচখনৰ প্ৰথম তিনি দিনত ৬৫ হাজাৰ দৰ্শকে ইডেনৰ গেলেৰীত ভিৰ কৰিব।

You might also like