নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাইলেণ্ডলৈ অসমৰ শৰীৰচৰ্চাবিদ

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ থাইলেণ্ডত অহা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত ভাগ লব অসমৰ এটি ১৫ জনীয়া দলে। দলটোৰ অন্যতম শৰীৰচৰ্চাবিদ সকল হল দ্বীপজ্যোতি বড়ো, অম্লানজ্যোতি ৰাভা, বিজুৰাম বড়ো, অতনু বৰুৱা, ভাস্কৰজ্যোতি…

দৰ্শকেৰ ভৰিব ইডেনৰ গেলেৰী

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ টেষ্ট ক্ৰিকেটৰ জনপ্ৰিয়তা পুনৰুদ্ধাৰ কৰিবলৈ ইয়াক নৱৰূপ দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে বি বি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে। এই প্ৰয়াসৰ অংশস্বৰূপে তেওঁ গৃহচহৰ কলকাতাত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্টৰ আয়োজন কৰিছে।…

মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰ’ৰ ‘Cartosat-3’

নিউজডেস্ক,১৯ নৱেম্বৰঃ আকৌ মহাকাশ অভিযানলৈ সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ চলিত মাহৰ ২৫ তাৰিখে সংস্থাটোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহ সমূহৰ ভিতৰত অন্যতম হৈছে…

এটি এম হেক কৰাৰ অভিযোগত চাৰি বিদেশী নাগৰিক আটক

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ এটিএম হেক কৰাৰ অপৰাধত পশ্চিম বংগৰ আৰক্ষীয়ে মঙলবাৰে দুজন তুৰ্কী আৰু দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে আগৰতালা আৰক্ষীয়ে এটিএম হেক কৰাৰ অভিযোগত ইতিমধ্যেই ৰুজু কৰা হৈছে।…

বন্যহস্তীৰ উপদ্ৰৱত গছত আশ্ৰয় বৃদ্ধ দম্পতীৰ

বিকাশ শৰ্মা,১৯ নৱেম্বৰঃ সমগ্ৰ মানৱ সমাজক জোকাৰি যোৱা এক হৃদয়বিদাৰক কাহিনী । জীৱনৰ শেষ সময়ছোৱাত এডাল গছেই একমাত্ৰ আশ্ৰয়ত পৰিণত হৈছে এক দম্পতীৰ বাবে । বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই বিগত ১০ দিন ধৰি এজোপা গছৰ ওপৰত জীৱন কটাবলগীয়া হৈছে ওদালগুৰি…

আগ্ৰাৰ নাম সলনি হৈ হ’ব পাৰে ‘আগ্ৰাবন’ !

নিউজডেস্ক, ১৯ নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ ঐতিহাসিক এলাহাবাদক 'প্ৰয়াগৰাজ' আৰু মোগলচৰাইক 'দীনদয়াল উপাধ্যায় চহৰ' হিচাপে নামকৰণ কৰাৰ পিছত আগ্ৰাৰ নামো সলনি কৰাৰ পৰিকল্পনা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । ইতিমধ্যে বিজেপিৰ বিধায়ক জগন প্ৰসাদ গাৰ্গে আগ্ৰাক…

কলকাতাত গ্ৰেপ্তাৰ অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ সোমবাৰে নিশা কলকাতাৰ ৱেষ্ট পৰ্ট অঞ্চলত অসমৰ দুজন ড্ৰাগছ সৰবৰাহাকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ পৰা ১৩৩ কিঃগ্ৰাঃ ড্ৰাগছ উদ্ধাৰ কৰা হয়। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ বিৰুদ্ধে এন.ডি.পি.এচৰ ধাৰাৰ অধীনত…

মহানগৰীৰ বেলতলাত বিধ্ৱংসী অগ্নিকাণ্ড

গুৱাহাটীঃ মহানগৰীৰ বেলতলাত বিধ্ৱংসী অগ্নিকাণ্ড। বেলতলাৰ ত্ৰিপুৰা গলিত সংঘটিত হয় এই অগ্নিকাণ্ড। এটা ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ ফলত হোৱা…

ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব গ্ৰাছ ৰুট অলিম্পিক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অসম অলিম্পিক সন্থাই ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিব । মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম অলিম্পিক সন্থাৰ কাৰ্যকৰী সমিতিৰ…

মহানগৰীত পুনৰ দিন ডকাইতি

গুৱাহাটী,১৯ নৱেম্বৰঃ মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বিহুলা ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ পৰা ডকাইতে লুটিলে ২ লাখ টকা। বেংকৰ পৰা ধনখিনি উলিয়াই আনোতেই ডকাইতৰ লুটপাত। এখন পালছাৰ বাইকত আহিছিল দুজনীয়া ডকাইতৰ দলটো। দৈনিক বৃদ্ধি পাইছে…