নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ কোটি টকাৰ ব্যৱসায়েৰে গ্ৰন্থমেলাত সৰ্বকালৰ অভিলেখ ভংগ

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গ্ৰন্থ ব্যৱসায়ত নতুন অভিলেখ গঢ়ি মঙলবাৰে সামৰণি পৰিল ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ । গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম আৰু গ্ৰন্থ বিপণীৰ অভাৱনীয় হাৰৰ ধাৰাবাহিকতা অব্যাহত থাকে অন্তিম দিনটো । সামৰণিৰ দিনলৈকে গ্ৰন্থমেলাত…

ঝাৰখণ্ড নিৰ্বাচনঃ বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্ক,১৩ নৱেম্বৰঃ আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত বিজেপি দল । ৩০ নৱেম্বৰৰ পৰা ৫ টা পৰ্যায়ত অনুষ্ঠিত হ'বলগা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে বুধবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ভাৰতীয় জনতা…

এতিয়াও ‘লাইফ চাপৰ্ট’তে আছে লতা মংগেশকাৰ; কিছু উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা

নিউজডেস্ক, ১৩ নৱেম্বৰঃ মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ শেহতীয়া খবৰ সন্দৰ্ভত চিকিৎসকে প্ৰকাশ কৰিলে কেতবোৰ তথ্য । এতিয়াও আইচিউৰ ভেন্টিলেট'ৰতে আছে লা মংগেশকাৰ । অৱশ্যে কিছু পৰিমানে…

গাড়ীত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৭

বুধবাৰে পুৱা আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় এখন গাড়ীত সংস্থাপিত হৈ আছিল এই বোমা বিস্ফোৰণৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৭ জনৰ অৱস্থা সংকটজনক 

পুতলাৰ গুদামত অগ্নিকাণ্ড

পশ্চিমবংগৰ শিলিগুৰিৰ পুতলাৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিনিৰ্বাপন বাবে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দল  বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  

পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

বুধবাৰে পুৱা জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন ৰাজৌৰী জিলাত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ কেৰী গাঁৱত সংঘটিত এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই 

ৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ শিবিৰলৈ অসমৰ তিনি খেলুৱৈ

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰঃ চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা পাটিয়ালাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰলৈ অসমৰ তিনিগৰাকী খেলুৱৈক আমন্ত্ৰণ জনোৱা হৈছে । খেলুৱৈ তিনিগৰাকী হ'ল - চৰাইদেউৰ…

সন্ত্ৰাস সৃষ্টিকাৰী ‘কৃষ্ণ’ হ’ব ঘৰচীয়া

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গোৱালপাৰাৰ ভিন্ন অঞ্চলত দীৰ্ঘদিনে সন্ত্ৰাস চলোৱাৰ পাচত অৱশেষত বশ কৰিবলৈ সক্ষম হ'ল লাডেন অৰ্থাৎ কৃষ্ণক । মঙলবাৰে দুধনৈৰ পৰা স্থানান্তৰ কৰা কৃষ্ণৰ এতিয়া নতুন ঠিকনা হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । অৱশ্যে পূৰ্বৰ দৰে…

ৰাষ্ট্ৰীয় স্কুল গেমছলৈ গোলাঘাটৰ সাত সন্তৰণবিদ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নতুন দিল্লীত ১৭-২২ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৬৫ সংখ্যক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসম দলটোত গোলাঘাটৰ সাতগৰাকী সন্তৰণবিদে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সন্তৰণবিদকেইগৰাকী হ'ল - মৃগাংক গগৈ,বৰ্ণিল…

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসন

নিউজ ডেস্ক ১২ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। উল্লেখ্য যে যোৱা ২৪ অক্টোবৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত এতিয়ালৈকে কোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই। বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ…