বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে দিয়া ১ কোটি লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ
নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ ২০১৯ বৰ্ষত ভয়াবহ বানে বিধ্বস্ত কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। যাৰ ফলত তাত থকা জীৱ জন্তুৰ আলৈ আথানি হৈছিল। ভয়াবহ বানৰ সেই কৰুণ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত বলিউদৰ তাৰকা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ১…