নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্রতিক শিক্ষাত আধ্যাত্মিক মিশ্রণ

আধ্যাত্মিক শিক্ষা বুলিলে বুজিব লাগিব যে জীৱন আৰু জগতৰ ই এক সুশীল অনুশাসন৷ এই অনুশাসনে শৃংখল মনুষ্যক শ্রেষ্ঠ জীৱ বুলি উচ্চস্তৰত উপস্থাপিত কৰিছে৷ পৃথিৱীত ভাল আৰু বেয়া দুটা দিশ আছেই৷ কোনবিধ গ্রহণ কৰিলে জীৱনক সুন্দৰ, মহত্ত্বপূর্ণ, আদৰণীয় আৰু…

ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রম

বিশ্বজুৰি উজ্জীৱিত হৈ উঠা হোটেল–পর্যটন উদ্যোগ, ফেশ্বন উদ্যোগ, কর্প’ৰেট খণ্ড, চলচ্চিত্র উদ্যোগ আদিত নিযুক্তিৰে লোভনীয় কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিব পাৰে ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রমৰ জৰিয়তে৷ স্বীকৃতিপ্রাপ্ত চৰকাৰী শৈক্ষিক প্রতিষ্ঠানৰ পৰা যিকোনো…

ৰঞ্জন দৈমাৰীক সাধাৰণ ক্ষমাদান–নিয়মীয়া জামিন দিয়াৰ দাবী এনডিএফবি–ইউপিপিএলৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ বড়ো শান্তি চুক্তিৰ পৰিপ্রেক্ষিতত চাৰি সপ্তাহৰ বাবে বিশেষ জামিনত মুকলি আকাশৰ তললৈ ওলাই অহা এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীৰ বৃহস্পতিবাৰে জামিনৰ ম্যাদ ওৰ পৰে৷ গুৱাহাটী উচ্চ ন্যায়ালত দৈমাৰীয়ে জামিনৰ ম্যাদ বৃদ্ধিৰ…

বিলাসীপাৰাত ভ্রাম্যমাণ কাঠফলা কল জব্দ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত সক্রিয় হৈ পৰিছে চোৰাং কাঠৰ ব্যৱসায়ী চক্র৷ অবৈধ কাঠফলা কলত চোৰাংভাৱে কাঠ ফালি ব্যৱসায়ী চক্রই চলাই আহিছে ৰমৰমীয়া বেহা৷ কালি তেনে কাঠফলা কলৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা দণ্ডাধীশ আৰু…

গোসাঁইগাঁৱৰ তেলীপাৰা কৃষি গৱেষণা কেন্দ্রত আক্রমণ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ তেলীপাৰাস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্র আৰু কৃষি বিজ্ঞান কেন্দ্রত এক পথ দুর্ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ আঞ্চলিক কৃষি গৱেষণা কেন্দ্রটোৰ মাজেৰে যোৱা পথত সংঘটিত এটি…

ছেৰফাংগুৰিত ৭২ টা চোৰাং গৰুভর্তি তিনিখন ট্রাক জব্দ এনডিএফবিৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ নির্লিপ্ততাৰ সুযোগ লৈ পুনৰ সক্রিয় হৈ উঠিছে গৰু ছিণ্ডিকেট বাহিনী৷ কিছুদিনৰ বিৰতিৰ পিছত আকৌ অসমৰ মাজেৰে বাংলাদেশলৈ আৰম্ভ হৈছে গো–মাতাৰ চোৰাং চালান৷ এইবাৰ উজনি অসমৰ শাসকীয় দলৰ দুজন বিধায়কৰ নেতৃত্বত…

ছাত্র–ছাত্রী নথকাত বহি বহি দৰমহা আদায় শিক্ষক–কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ ৰণপাগলী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ নামত ভেঁকো–ভাওনা চলাৰ বিপৰীতে আঠগৰাকী শিক্ষক–কর্মচাৰীয়ে বহি বহি দৰমহা আদায় কৰি আছে৷ তাৰ পিছতো চকু দিয়া নাই ধুবুৰী জিলা বিদ্যালয় পৰিদর্শকগৰাকীয়ে৷ ১৯৮২ চনত…

আই পি এলৰ পিছতহে অল ষ্টাৰ গেম-সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ আই পি এলৰ পূর্বে দেশ–বিদেশৰ বিভিন্ন তাৰকাক একগোট কৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অল ষ্টাৰ গেম নামেৰে এখন প্রদর্শনীমূলক মেচ আয়োজনৰ চিন্তা–চর্চা কৰিছিল যদিও ইয়াক লৈ ব’ড এতিয়াও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা…

ৰাজস্থান উচ্চ ন্যায়ালয়ত ওলমিছে বর্ষাপাৰা ষ্টেডিয়ামৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছে দ্বিতীয় গৃহ খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা সন্দর্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে চূড়ান্ত শুনানি গ্রহণ কৰাৰ কথা আছিল যদিও অহা ১৭ মার্চলৈ শুনানি প্রক্রিয়া…

আজিৰে পৰা ৱেলিংটন টেষ্ট

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অপৰাজেয় হৈ থকা টীম ইণ্ডিয়াই আজিৰে পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথমখন টেষ্টত অৱতীর্ণ হৈছে ৷ ৱেলিংটনৰ বেছিন ৰিজার্ভত অনুষ্ঠিত হোৱা মেচখনত বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে দীর্ঘদিনৰ মূৰত…