নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো শান্তি চুক্তিৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল বড়ো শান্তি চুক্তিৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ বড়ো চুক্তিৰ বাবে অসমত কোনো বিভাজন নহয় এই চুক্তিৰ দ্বাৰা কোনো কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা নহয় অবিভক্ত শোণিতপুৰ জিলাৰ কোনো অংগই বিটিছিত…

৯ টাকৈ ধাৰাত গ্ৰেপ্তাৰ হ’ল এজন প্ৰাক্তন সাংসদ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ শনিবাৰে চেন্নাইস্থিত কয়ম্বটোৰৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন সাংসদ কে চি পালানিচামীক । শনিবাৰে পুৱাই ভাদাভাল্লীত থকা বাসভৱনৰ পৰা কেইবাটাও ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এইগৰাকী সাংসদক ।…

মহিলা মহাবিদ্যালয়ত নিষিদ্ধ হ’ল বোৰ্খাঃ ২৫০ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ পাটনাৰ জেডি মহিলা মহাবিদ্যালয়ত নিষিদ্ধ হ'ল বোৰ্খা । মহাবিদ্যালয়ত প্ৰৱেশৰ সময়ত কোনো ছাত্ৰীয়েই ইউনিফৰ্মৰ বাহিৰে পিন্ধিব নোৱাৰিব অন্য পোছাক । বিশেষকৈ একাংশ যুৱতীয়ে বোৰ্খা পিন্ধি মহাবিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰতো…

কাঞ্চনজংঘাৰ খুন্দাত নিহত হাতী পোৱালী

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ  পুনৰ ৰেলৰ খুন্দাত দুটাকৈ হাতীৰ মৃত্যু । হোজাইৰ পাথৰখোলা ষ্টেশ্যনত এই ঘটনা সংঘটিত হয়। কাঞ্চনজংঘা এক্সপেছৰ খুন্দাত মৃত্যু হয় এটা হাতী। হাতী পোৱালী দুটাই ৰেল লাইনৰ পাৰ হব লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে এটা…

উত্তৰ-পূবক নহ’লেও অসমক বিচ্ছিন্ন কৰাৰ দায়িত্ব আমাৰ ! ভয়ানক ষড়যন্ত্ৰ ৰচিছে কোনে ?

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ছাহীন বাগত হোৱা 'কা' বিৰোধী প্ৰতিবাদত অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । বামপন্থী ছাত্ৰ নেতা ছাৰ্জিল…

উত্তৰ গুৱাহাটীৰ বালি খাদনত দুৰ্ঘটনা

উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালি খাদন শোকাৱহ দুৰ্ঘটনা। নিশা ডাম্পাৰৰ  চেপাত মৃত্যু যুৱকৰ । ডাম্পাৰৰ সহ ২০ ফুট দ খাৱৈ পৰিল যুৱক । ওৰে নিশা ডাম্পাৰৰ সহ আৱদ্ধ  যুৱকজন । যুৱক জনৰ নাম সুমন দাস(২২)। ঘৰ উত্তৰ গুৱাহাটী…

অক্লান্ত অন্নদাতা বাসৱনাপ্পা পাটিল

ভার্গৱ কলিতা অন্নদাতাসকল সভ্যতাৰ চালিকাশক্তি যদিও তেওঁলোকৰ সাম্প্রতিক পৰিস্থিতি খুবেই পুতৌজনক৷ ভাৰতবর্ষৰ কথাই ধৰা যাওক, প্রতি দুই ঘণ্টাৰ মূৰে মূৰে এজন কৃষকে ভাৰতবর্ষত আত্মহত্যা কৰে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য মতে, ভাৰতত ১৯৯৫…

কেনেকৈ সজাব জ্যেষ্ঠসকলৰ শোৱাকোঠা

ঘৰত জ্যেষ্ঠ ব্যক্তি থাকিলে ঘৰৰ আন ব্যক্তিসকল যথেষ্ট সচেতন হ’ব লগা হয়৷ তদুপৰি ব্যস্ততাৰ অজুহাতত পিতৃ–মাতৃক পর্যাপ্ত সময় দিব নোৱাৰাৰ বাবে বহু সন্তান উদ্বিগ্ণ হৈ থাকিব লগা হয় ৷ বহু জ্যেষ্ঠ লোকে নিজৰ শোৱনি কোঠাতে দুর্ঘটনাৰ সন্মুখীন হ’বলগা হয়৷…

সন্ধিয়াটো বাজি উঠে ৰূপালী টিলিঙাৰ মাতেৰে

ড০ বসন্ত কুমাৰ ভট্টাচার্য চাইকেলখনৰে সৈতে মোৰ সম্পর্ক জনা–বুজা হ’বৰে পৰা ৷ মোৰ পিতাৰ এখন চাইকেল আছিল আৰু সেইখন মোৰ সাত–আঠ বছৰ বয়সতে পিতাই ক্রয় কৰিছিল৷ মোৰ ঘৰ নলবাৰী চহৰৰ পৰা পাঁচ কিলোমিটাৰমান পশ্চিমত অৱস্থিত বাউসীয়াপাৰা গাঁৱত ৷ সৰু…

দৃষ্টিহীন হৈও সুৰৰ পানচৈত ডিব্রুগড়ৰ বাঁহীবাদক অশ্বিনী শইকীয়া

বিভাস দুৱৰা, ডিব্রুগড় হাজাৰ হাজাৰ শ্রোতাক স্বকীয় প্রতিভাৰে বাঁহীৰ সুৰৰে মন্ত্রমুগ্ধ কৰা এজন দৰদী তথা অখ্যাত শিল্পী৷ যাৰ বাঁহীৰ সুৰত বাণীবদ্ধ হৈছে বহু কালজয়ী যুগমীয়া গীত৷ বিশেষভাৱে সক্ষম এইগৰাকী মানৱ দৰদী শিল্পী তথা বিশিষ্ট…