নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱা টেবুলৰ শিষ্টাচাৰ

ভাত বা চাহ–জলপান খোৱা টেবুলৰ শিষ্টাচাৰ, যাক আমি ‘টেবুল মেনার্ছ’ বুলি কওঁ, কেৱল আলহী–তিথি থাকিলে যে পালন কৰিব লাগিব, তেনে নহয়৷ টেবুল মেনার্ছ পালনৰ নামত দামী টেবুল–চকীৰ লগত ধুনীয়া ধুনীয়া চামুচৰ ছেটৰো প্রয়োজন নাই৷ পৰিয়ালৰ সকলোৱে মিলি এখন…

স্বর্ণময়ী শিৱাংগী

১৯৯২–৯৭ৰ সময়ছোৱাত দেশৰ সাঁতোৰ জগতত খলকনি তুলিছিল এগৰাকী অসম কন্যাই৷ ইখনৰ পিছত সিখন ৰাষ্ট্রীয় সাঁতোৰ চেম্পিয়নশ্বিপত সোণৰ পদক জয়েৰে বিৰল প্রতিভাৰ প্রমাণ দিছিল সম্ভাৱনাময় সাঁতোৰবিদগৰাকীয়ে৷ ইয়াৰ পিছতে ছাউথ এছিয়ান গেমছ, এছিয়ান পেচিফিক মীটৰ দৰে…

কমা নহয় এইবাৰ বড়ো সমস্যাত দিয়া হ’ব দাৰিঃ সাংসদ বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হ'ব বড়ো চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব সমূহ বড়ো দল-সংগঠনৰ নেতৃত্বই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত…

৩ মুছলমান যাত্ৰীক কিয় নমাই দিয়া হ’ল বিমানৰ পৰা ? ডেল্টা এয়াৰলাইনছলৈ জৰিমনা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ তিনিগৰাকী মুছলমান যাত্ৰীক বিমানৰ পৰা নমাই দিয়াৰ পাচতেই এতিয়া ডেল্টা এয়াৰলাইনছ্ক জৰিমনাৰ নিৰ্দেশ দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগে । একেটা বছৰতে দুটা এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে ডেল্টা এয়াৰলাইনছে । ঘটনাটি…

দেশ-বিদেশলৈ বিয়পিছে ক’ৰোনাৰ আতংকঃ মৃত্যু ৫৬, আক্ৰান্ত ১৯৭৫

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ ৰঙা চীনত ক্ৰমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰোনা ভাইৰাছে । দেওবাৰে পৰ্যন্ত চীনত মৃত্যু হৈছে ৫৬ জনৰ লগতে আক্ৰান্ত হৈছে ১৯৭৫ গৰাকী লোক । চীনৰ লগতে এতিয়া বিশ্বৰ একাধিক দেশলৈ বিয়পিছে এই মাৰাত্মক ভাইৰাছৰ আতংক । জাপানত…

গণৰাজ্য দিৱসত ভাৰতে নেপালক উপহাৰ দিলে ৩০ এম্বুলেন্স আৰু ৬ খন বাছ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস । এই বিশেষ দিনটোত ভাৰতে নেপাললৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ উপহাৰ । দেওবাৰে ভাৰতে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নেপালৰ বিভিন্ন হাস্পতাল, স্বেচ্ছাসেৱী…

মই মুছলমান , পত্নী হিন্দু আৰু আমাৰ ল’ৰা-ছোৱালী প্ৰকৃত ভাৰতীয় ! ছ’চিয়েল মিডিয়াত ভাইৰেল এক…

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ 'মই মুছলমান , মোৰ পত্নী গৌৰী হিন্দু । তেতিয়াহ'লে আমাৰ সন্তান কেইটা প্ৰকৃত ভাৰতীয় ।' ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এই ভিডিঅ' । ডান্স প্লাছ ৫ নামৰ…

গণৰাজ্য দিৱসত দেশবাসীক জয়ৰ উপহাৰ দিলে কোহলি বাহিনীয়ে; ২-০ ৰে অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ প্রথম টি–২০ ত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি পুনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ কৰে । অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতে কে এল ৰাহুল আৰু…

গুৱাহাটীৰ ৰাজপথত ক’ৰ পৰা আহিল ঊনবিংশ শতিকাৰ এই সমূহ গাড়ী !!!

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা মহানগৰীৰ ৰাজপথত উলিওৱা হয় ভিণ্টেজ কাৰ ৰেলী । প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰদৰ্শন কৰা হয় ১৯১৯ চনৰ পৰা ১৯৭০ চনৰ মডেলৰ বিভিন্ন গাড়ী আৰু বাইক । এই ভিণ্টেজ কাৰ ৰেলীৰ উদ্বোধন কৰে অসম পৰ্যটন নিগমৰ…

সাগৰৰ বক্ষত উৰিল ত্ৰিৰংগা ! ক’ত উৰিল এই পতাকা ?

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি ৭১ সংখ্যক গণৰাজ্য দিৱস । দেশবাসীয়ে উলহ-মালহেৰে গণৰাজ্য দিৱস পালন কৰাৰ সময়তে সাগৰৰ বক্ষতো দেখা পোৱা গ'ল জাতীয় পতাকা । গুজৰাটৰ পোৰবন্দৰৰ সাঁতোৰবিদ সকলে স্থানীয় ৰাইজৰ সহযোগত সাগৰৰ বক্ষত উত্তোলন কৰে জাতীয় পতাকা…