মাকৈ খেতিৰে সপোন ৰচিছে দলগাঁৱৰ কৃষকে
আব্দুচ ছামাদ, দলগাঁও
দৰঙৰ দলগাঁও কৃষি মহকুমা অঞ্চলত সম্প্রতি দেখা গৈছে হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি৷ সচৰাচৰ অঞ্চলটোত কৃষকসকলে ধান, মৰাপাট, সৰিয়হ, শাক–পাচলি খেতিহে কৰে৷মাকৈ খেতি কাচিৎহে কৰিছিল ৷ কিন্তু বিগত দুই–তিনি বছৰ ধৰি…