নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল বাদনেৰে সমাদৃত সোণাৰিৰ প্ৰাচুৰ্য বৰগোহাঁই

মাত্র তিনি বছৰ বয়সতে কান্ধত ঢ়োল বাদ্য লৈ যাত্রা আৰম্ভ কৰিছিল এটি কণমানি শিশুৱে৷ সৰুতে ঢ়োলৰ ওজা তুলসী ওজা, বিনোদ হাজৰিকা, বিহুৱা ৰঞ্জিত গগৈৰ সান্নিধ্য লাভ কৰি ঢ়োল বাদ্যৰ শিক্ষা লাভ কৰাৰ লগতে পৰৱর্তী সময়ত ব’হাগৰ বিহু মঞ্চত ঢ়োল বাদ্য পৰিৱেশন…

বজালীৰ বহুমুখী প্ৰতিভাসম্পন্ন তুতুল মানৱ

তুতুল মানৱ৷ বৰপেটা জিলাৰ বজালী মহকুমাৰ বামুণকুছি–ধৰমতল্ গাঁৱৰ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী যুৱক হৈছে তুতুল মানৱ৷ এইগৰাকী যুৱকে অসমীয়া কাব্য, গদ্য, ডপন্যাস, নাটক, চিনেমা, সংগীতৰ পৰা আৰম্ভ কৰি ক্রীডা ক্ষেত্রতো প্রদর্শন কৰি আহিছে বিশেষ…

মুকুতা উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ ব্যতিক্রমী প্রয়াস ৰাইপাটৰ নাৰায়ণ দাসৰ

শামুকৰ খেতি আৰু ব্যৱসায় বিষয়টো অসমত আজিৰ প্রেক্ষাপটত এক অবিশ্বাস্য আৰু ব্যতিক্রম৷ কিন্তু বহিঃৰাজ্যত ইয়াৰ চাহিদা আৰু সমাদৰ অকল্পনীয়৷ বিশেষকৈ নাগালেণ্ড, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্রদেশ আদি অঞ্চলত এই শামুকৰ ব্যৱসায় উদ্যোগটোৰ আছে অভাৱনীয়…

ব্রাজিলত ৰাষ্ট্রপতিৰ পৰিৱেশ নীতিক প্রত্যাহ্বান আদিবাসী ভূমিপুত্রৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ পৰিৱেশ নীতি সন্দর্ভত বিশ্বজুৰি প্রতিক্রিয়া চলি থকাৰ সময়তে আমাজান বর্ষাৰণ্যৰ ভূমিপুত্রসকলে নেতাগৰাকীৰ নীতিক প্রত্যাহ্বান জনাবলৈ সংকল্প গ্রহণ কৰিছে ৷ আদিবাসী ভূমিপুত্রসকলৰ…

চীনত শিশুৰ জন্মৰ হাৰ হাজাৰত ১০.৪৮ শতাংশলৈ অৱনমিত

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ সাতটা দশকৰ ভিতৰত প্রথমবাৰলৈ চীনত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে ৷ ৭০ বছৰ পূর্বে গঠন হৈছিল সমাজতান্ত্রিক চীন ৷ দেশখনত কমিউনিষ্ট পার্টী ক্ষমতালৈ অহাৰ পিছতে জন্ম নিয়ন্ত্রণৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰা…

বিশ্বত সংঘর্ষ–বিক্ষোভত আক্রান্ত হ’ব ৭৫খন দেশ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ বিশ্বজুৰি অস্থিৰতা আৰু সংঘর্ষৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এক আন্তর্জাতিক আর্থ–সামাজিক তথা ৰাজনৈতিক বিশ্লেষক সংস্থাই চলোৱা অধ্যয়নত চলিত বর্ষটো অধিক ভয়াৱহ হ’ব বুলি সতর্কবাণী কৰা হৈছে ৷ ভাৰিস্ক মেপ্লেক্রফ্ট নামৰ…

পঞ্জাৱ বিধানসভাত গৃহীত ‘কা’ৰ বিৰুদ্ধে প্রস্তাৱ

নিয়মীয়া বাৰ্তা,১৮ জানুৱাৰীঃ কেৰালা চৰকাৰৰ পিছত পঞ্জাব চৰকাৰে এইবাৰ বিধানসভাত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রস্তাৱ গৃহীত কৰিছে ৷ কংগ্রেছশাসিত ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন বলৱৎ নহ’ব বুলি প্রস্তাৱ গ্রহণ কৰা হৈছে ৷ উল্লেখনীয় যে বিতর্কিত…

২০২৫ৰ ভিতৰত ভাৰতে লাভ কৰিব এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ২০২৫ চনৰ ভিতৰতে ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰিব মুঠ পাঁচটাকৈ এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা৷ ইতিমধ্যে এই পাঁচটা ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ কাম আৰম্ভ কৰা হৈছে৷ শেহতীয়াকৈ ৰুছ বিদেশমন্ত্রী ছের্গেই লেভৰভে…

পাকত পুনৰ হিন্দু কিশোৰীক অপহৰণ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ পাকিস্তানত পুনৰ হিন্দু কিশোৰীৰ অপহৰণক লৈ ভাৰতত সৃষ্টি হৈছে অস্থিৰতা ৷ শিৰোমণি আকালি দল (এছএডি)ৰ নেতা মঞ্জিন্দাৰ সিং শিৰছাই শুকুৰবাৰে অভিযোগ কৰা অনুসৰি, পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ কুৱেট্টা চহৰৰ পৰা আলি ৰাজা…