নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াঃ তিনি ভিন্ন খেলত ৰাজ্যক প্রতিনিধিত্ব কৰিছে ৩ সন্তানে

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়া য়ুথ গেমছত তিনি ভিন্ন খেলত অসমক প্রতিনিধিত্ব কৰিছে এগৰাকী মাতৃৰ তিনিটাকৈ সন্তানে৷ পূর্ণিমা মণ্ডল নামৰ এইগৰাকী মাতৃৰ তিনি ক্রীড়াবিদ সন্তান হ’ল সুজিত মণ্ডল, প্রদীপ মণ্ডল আৰু মালবিকা…

ৱেব প’ৰ্টেলৰ দৌৰাত্ম্যঃ আৰক্ষীৰ জালত পৰিল এডিটৰ ইন ছীফ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গোৰেশ্বৰৰ পৰা ছিপাঝাৰলৈ আহি যুৱতী অপহৰণৰ লগতে ধর্ষণ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে এটা ৱেব প’র্টেলে ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্রচাৰ কৰাৰ অপৰাধত দৰং আৰক্ষীৰ হাতত শুকুৰবাৰে কৰায়ত্ত হয় ৱেব প’র্টেলৰ সম্পাদক ৷ দৰং…

তৃতীয় বিকল্পক লৈ বিভাজিত ৰাজ্যৰ দল–সংগঠন

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাই নতুন ৰাজনৈতিক দল গঠনৰ স্পষ্ট ইংগিত দিয়াৰ লগে লগে আৰম্ভ হৈছে নানা জল্পনা–কল্পনা৷ সম্ভাব্য দলটোৰ গঠন প্রক্রিয়া, নেতৃত্বক লৈও ব্যাপক চর্চা চলিছে৷ কিন্তু তাৰ মাজতে এটা নতুন আঞ্চলিকতাবাদী শক্তিৰ…

নতুন ৰাজনৈতিক দলে ক্ষতি নকৰে বিজেপিৰঃ ৰঞ্জিত দাস

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ‘কা’বিৰোধী আন্দোলনৰ মাজতে নতুনকৈ ৰাজনৈতিক দল গঠনৰ বাবে আৰম্ভ হোৱা চর্চাক লৈ প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি কয় যে নতুন দলে বিজেপিৰ তিলমানো ক্ষতি নকৰে৷ তেওঁৰ স্পষ্ট মত– অসমৰ…

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ মন্ত্রীসভাত সোমাল যোগেন মহন, সঞ্জয় কিষাণ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ৰাজ্যত কা বিৰোধী অস্থিৰতাৰ মাজতে আজি দ্বিতীয়বাৰৰ বাবে সম্প্ৰসাৰণ হ'ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰীসভাৰ । নতুন মন্ত্রী ৰূপে আজি শপত ল’লে মাহমৰাৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে৷ উল্লেখ্য…

সম্প্রীতিৰ বিনিময় প্রথাত উজলিল বর্ণিল সংস্কৃতি

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ প্রাক্–ঐতিহাসিক যুগৰ বিৰল বিনিময় প্রথাৰে উজলি উঠিল ঐতিহাসিক জোনবিলৰ পাৰ ৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল আধুনিক মুদ্রাৰ প্রচলন ৷ কাহিলিপুৱাৰ পৰা অনুষ্ঠিত এই ঐতিহাসিক বিনিময় মেলাত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে ভিৰ…

কাইলৈ অনুষ্ঠিত হ’ব হাইস্কুল টেট; প্রথমবাৰলৈ ব্যৱহাৰ হ’ব জামাৰ

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব হাইস্কুল টেট৷ ৰাজ্যৰ মুঠ ১৪৮টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ প্রায় ৫৯ হাজাৰ প্রার্থী হাইস্কুল টেটত অৱতীর্ণ হ’ব৷ হাইস্কুল টেট অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা…

অবৈধ সম্পর্কৰ চেকা মচিবলৈ কন্যাক হত্যা মাতৃৰ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ হোজাই জিলাৰ কাকীত মাতৃয়ে হত্যা কৰি পুতি থ’লে নৱজাতক সন্তানক ৷ মানৱ সমাজক ভূ–লুণ্ঠিত কৰা চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে কাকী থানাৰ অন্তর্গত ১নং কাকীৰ আদর্শ গাঁৱত ৷ গাঁওখনৰ মৃদুল বৰা নামৰ লোকজনৰ পত্নী তথা তিনিটা…

বাতৰিকাকতৰ জিএছটিৰে টিভিৰ বাতৰি সম্প্রসাৰণৰ জিএছটিৰ সমতা অনাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নিউজ ব্র’ডকাষ্টার্ছ ফেডাৰেচন (এনবিএফ)ৰ কার্যকৰী সমিতিয়ে শুকুৰবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি জিএছটি সন্দর্ভত এক পৰামর্শ পত্র প্রদান কৰে ৷ এনবিএফৰ সভাপতি অর্ণৱ গোস্বামীৰ নেতৃত্বত যোৱা…

বিকল্প ৰাজনৈতিক দল

যোৱা কেইসপ্তাহমান ধৰি এটা নতুন ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে চিন্তা–চর্চা চলি আছে৷ এই চিন্তা–চর্চাৰ মূলতে হ’ল এই উপলব্ধি যে বিজেপিয়ে অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে কাম কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ আশা নাই অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ…