নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃত্বৰ পাছত প্ৰথমবাৰলৈ টুৰ্ণামেণ্ট জয়ী হ’ল ছানিয়া মিৰ্জা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই ২ বছৰীয়া বিৰতিৰ পাছত পুনৰ সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে । টেনিছ কৰ্টলৈ উভতাৰ পাছতে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি হাবাৰ্ট ইণ্টাৰ্নেচনেল টেনিছ টুৰ্ণামেণ্টত ডাৱল্ছ শাখাৰ…

দৰিদ্ৰতাঃ স্বচ্ছ ভাৰত অভিযানৰ শৌচালয় হ’লগৈ পাকঘৰ !

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ স্বচ্ছ ভাৰত অভিযানৰ অধীনত দেশত নিৰ্মাণ কৰা শৌচালয়ৰ ক্ষেত্ৰত হয়তো আপুনি এনে ঘটনা কেতিয়াও শুনা নহয় । এই নোহোৱা-নোপজা ঘটনাই সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ ৱাৰাবাংকিৰ আকানপুৰ গাঁৱত । এটা অতি দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ পৰা লাভ…

ইমান ওজন ! আৰক্ষীৰ গাড়ীৰ বিপৰীতে ট্ৰাকেৰে জে’ললৈ নিলে ২৫০ কেজি ওজনৰ আইছিছ নেতাক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ 'জাব্বা দ্যা জিহাদী' নামেৰে পৰিচিত ইছলামিক ষ্টেট নেতা শ্বিফা অল-নিমাক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে । সুৰক্ষা বাহিনীয়ে জনোৱা মতে নেতাজন ২০১৪ চনৰ এটা মছজিদত বোমা বৰ্ষণৰ ঘটনাৰ সৈতে সংযুক্ত হৈ আছিল । পিচে এইজন…

৯৭ বছৰীয়া বিদ্যা দেৱী হ’ল চাৰপাঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰাজস্থানৰ চিকাৰত ৯৭ বছৰীয়া বৃদ্ধা বিদ্যা দেৱী নিৰ্বাচিত হয় চাৰপাঞ্চ পদত । পুৰানাৱাছ গাঁও পঞ্চায়তৰ পৰা পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পাচতেই চাৰপাঞ্চ ৰূপেও জয়যুক্ত হয় এইগৰাকী বৃদ্ধা । এই জয়ৰ পাচতেই বিদ্যা দেৱীয়ে কয়…

খেলো ইণ্ডিয়াত শিবাংগী শৰ্মাৰ তৃতীয়টো সোণ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ খেলো ইণ্ডিয়াত তিনিটাকৈ সোণ জিনিলে অসমৰ শিবাংগী শৰ্মাই। ২১ বছৰ অনুৰ্ধ্বৰ ৪০০ মিটাৰ ফ্ৰী-ষ্টাইল সাঁতোৰত তৃতীয়টো সোণ জিনিলে শিবাংগীয়ে।২১বছৰ অনুৰ্ধ্বৰ ফ্ৰী ষ্টাইল ছুইমিং আৰু  ৮০০ মিটাৰ ফ্ৰী ষ্টাইল ছুইমিঙতো সোণৰ পদক…

২৭ বছৰ বয়সত মৃত্যু হ’ল বিশ্বৰ সকলোতকৈ চাপৰ ব্যক্তি খগেন্দ্র থাপা মগৰৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ শুকুৰবাৰে মৃত্য হয় এসময়ৰ বিশ্বৰ সবাতোকৈ চুটি ব্যক্তি খগেন্দ্র থাপা মগৰৰ । ১৯৯২ চনত জন্মগ্ৰহণ কৰা থাপাৰ ২৭ বছৰ বয়সত এখন চিকিৎসালয়ত মৃত্যু হয় । মগৰ দীৰ্ঘদিনৰ পৰা নিমোনিয়াত আক্ৰান্ত হৈ থকাত শেহতীয়াকৈ তেওঁক পোখৰা…

খেলো ইণ্ডিয়াত পদকৰ শীৰ্ষত কোনখন ৰাজ্য?

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গুৱাহাটীত ১০জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াত সৰ্বমুঠ ১৫১টা পদকৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই লাভ কৰিছে ৪২টা সোণ, ৪৩টা ৰূপ আৰু ৬৬টা ব্ৰঞ্জৰ…

‘কা’ৰ সমৰ্থনত প্ৰধানমন্ত্ৰীলৈ ৪২,০০০ পোষ্টকাৰ্ড

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বদোদৰাৰ পৰা প্ৰধানমন্ত্ৰী মোডীলৈ কাৰ সমৰ্থনত প্ৰেৰণ কৰা হ'ল ৪২,০০০ খন পোষ্ট কাৰ্ড । শুকুৰবাৰে গুজৰাটৰ বদোদৰাত এক সমদল বাহিৰ কৰি একাংশ বিজেপি কৰ্মীয়ে…

ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কংগ্ৰেছ কৰ্মী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদানক লৈ উত্তপ্ত এতিয়া কংগ্ৰেছৰ ভিতৰচ'ৰা । শনিবাৰে দিল্লীস্থিত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে । পেটেল নগৰ আৰু…

‘৮৩’ মদন লালৰ চৰিত্ৰত দেখা যাব হার্ডি সান্ধুক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰণবীৰ সিঙৰ আহিবলগীয়া নতুন ক্ৰীড়াভিত্তিক ছবি '৮৩' ৰ সাতটা চৰিত্ৰক পৰিচয় কৰাৰ পিছত এইবাৰ ছ'চিয়েল মিডিয়া যোগে অভিনেতাজনে আন এটা চৰিত্ৰ পৰিচয় কৰাই দিয়ে । '৮৩' নামৰ ছবিখনৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিঙে এখন…