নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো শান্তি চুক্তিৰ প্ৰত্যাশা

পি টি চি এ নামৰ সংগঠনটোৱে যদিওবা ‘ডদয়াচল’ৰ জৰিয়তে এখন সুকীয়া ৰাজ্যৰ দাবীত সুদীর্ঘ কাল ধৰি সংগ্রাম কৰিছিল যদিও দাবীটোৱে বডো জনসাধাৰণক বিশেষ ডদ্বুদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশ্যে কিছু পৰিমাণে ৰাজনৈতিক সচেতনতা বৃদ্ধি হৈছিল৷ আচল যুঁজখন আৰম্ভ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃনতুন পৰিকল্পনাৰে কর্মত খ্যাতি লভিব৷ প্রেম–প্রীতিত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ বিদ্যাত বাধা পাব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷ বৃষঃ দিনটোত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব৷ কর্মক্ষেত্রত বাধাৰ কাৰকতা৷ সন্তানৰ…

পাণ্ডুনাথ দেৱলায়ত ড০হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ প্ৰস্তুতি

নিয়মীয়া বার্তা ১৭ জানুৱাৰীঃ মহানগৰীৰ ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত অহা ১ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্ঢানী বিভাগৰ মন্ত্রী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ ৫১ সংখ্যক জন্মদিন পালন কৰা হ’ব৷ পাণ্ডুনাথ দেৱালয়…

গণতন্ত্ৰ দিৱসত কূটাঘাতৰ লক্ষ্যৰে অহা জইছ-ই-মহম্মদৰ ৫ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কূটাঘাতৰ লক্ষ্যৰে অহা ৫ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী়ক । কাশ্মীৰ কেন্দ্ৰৰ ডিআইজি ভিকে ব্ৰিদিয়ে জনোৱা অনুসৰি ৫ জনেই পাকিস্তানী সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ সদস্য । এক ভয়ানক…

ত্ৰিশ হাজাৰ ব্ৰু শৰনাৰ্থীৰ বাবে ৬০০ কোটিৰ পেকেজ কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , ব্ৰু শৰনাৰ্থীৰ প্ৰতিনিধি, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত এখন চুক্তি সম্পন্ন হয় । এই চুক্তি অনুসৰি ব্ৰু শৰনাৰ্থীসকলৰ…

এতিয়াৰে পৰা NETFLIXত উপলব্ধ হ’ব ভিলেজ ৰকষ্টাৰছ্ আৰু বুলবুল কেন ছিং

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অস্কাৰলৈ মনোনীত হোৱা প্ৰথমখন অসমীয়া ছবি ভিলেজ ৰকষ্টাৰছ্ আৰু বিশ্বৰ বহু চলচ্চিত্ৰ বঁটা আঁজুৰি অনা বুলবুল কেন ছিং এতিয়াৰে পৰা উপলব্ধ হ'ব নেটফ্লিক্সত । সততে অসমীয়া ছবি এখন ছবিগৃহত মুক্তিৰ পাচত দৰ্শকে উপভোগ নকৰিলে…

‘কা’লৈ বিহাৰত ইতিবাচক সঁহাৰিঃ অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ বৃহস্পতিবাৰে বিহাৰৰ বৈশালীত অনুষ্ঠিত হোৱা সমদলত অংশগ্ৰহণ কৰি আগন্তুক বিহাৰ নিৰ্বাচনত বিজেপি আৰু জেডিইউৱে একেলগে যুঁজিব বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে । সকলো অপপ্ৰচাৰ আৰু ভুৱা বাতৰিক…

পৰম্পৰাগত জালিকাট্টু খেলত আঘাতপ্ৰাপ্ত ৩০ জন

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ আজি তামিলনাডুত অনুষ্ঠিত হোৱা পৰম্পৰাগত খেল জালিকাট্টুত আঘাতপ্ৰাপ্ত হৈছে ৩০ জনকৈ লোক । মকৰ সংক্ৰান্তিৰ পাচতেই অসমত যিদৰে পহিলা মাঘৰ দিনা পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত হয় ঠিক তেনেদৰেই তামিলনাডুত অনুষ্ঠিত হৈ আহিছে…

মণিকূট উৎসৱত ভূপেন হাজৰিকা আৰু লাচিত বৰফুকন

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ পহিলা মাঘৰ দিনটোত হাজোত উদযাপন কৰা হয় মণিকূট উৎসৱ । হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে উদযাপন কৰা হয় এই মণিকূট উৎসৱ । ভাতৃত্ববোধ , ঐক্য, শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে সমন্বয়ৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে…

মৰিগাঁৱৰ বৈদ্যবড়িত গোনা ম’হৰ যুঁজ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাচতেই এতিয়া আনুষ্ঠানিকভাৱে নহয় অনানুষ্ঠানিকভাৱে মৰিগাঁৱৰ বৈদ্যবড়িত অনুষ্ঠিত হ'ল গোনা ম'হৰ যুঁজ । পৰম্পৰা ৰক্ষা কৰি বৈদ্যবড়ি আঞ্চলিক ম'হযুঁজ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় যুঁজ । বৈদ্যবড়ি…