নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিনির্বাপক যোদ্ধাৰ শেষকৃত্যত শিশু কন্যাই পিন্ধিলে হেলমেট

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বনজুইত প্রাণ হেৰুওৱা অগ্নিনির্বাপক যোদ্ধা এণ্ড্রিউ ও ডিয়াৰৰ ১৯ মহীয়া শিশু কন্যাই পিতৃৰ হেলমেট পৰিধান কৰি অন্ত্যেষ্টিক্রিয়াত যোদ্ধাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰা ভিডিঅ’ই বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে ৷…

সবৰীমালাৰ গোচৰৰ বাবে নতুন বিচাৰপীঠ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ সবৰীমালা মন্দিৰৰ গোচৰৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৯জনীয়া বিচাৰপতিৰ এক নতুন বিচাৰপীঠ গঠন কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এছ ব’বদে নেতৃত্বাধীন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰিব ১৩ জানুৱাৰীত ৷…

১০ সহস্রাধিক উট বধ কৰিব দক্ষিণ অষ্ট্রেলিয়াৰ প্রশাসনে

নিয়মীয়া বাৰ্তা,৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া আৰু নিউ ছাউথ ৱেলছত ভয়াৱহ বনজুইৰ ফলত ৫০ লক্ষাধিক পশু–পক্ষীৰ মৃত্যু হোৱাৰ পাছত দেশখনৰ দক্ষিণ প্রান্তত অনাবৃষ্টিৰ বাবে গ্রামাঞ্চল তথা সৰু সৰু চহৰবোৰলৈ খাদ্য আৰু পানী বিচাৰি আহি তাণ্ডৱ সৃষ্টি…

কেনেকৈ পূৰ্বেই মার্কিন চোৰাংচোৱা সংস্থাই লাভ কৰিছিল মিছাইল আক্রমণৰ খবৰ ?

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে আমেৰিকা আৰু ইৰানৰ সংঘাত । ইৰান সেনাৰ মুৰব্বী জেনেৰেল কাছিম ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ ৰূপে বুধবাৰে ইৰানে ইৰাকস্থিত আমেৰিকাৰ বৃহত্তম সেনা ঘাটিত মিছাইল আক্ৰমণ চলায় । ইপিনে ইৰানী সংবাদ…

নাগৰিকত্ব সংশোধনী আইন আৰু জাতিৰ সংকট

নাগৰিকত্ব সংশোধনী বিধেয়কখন সাংবিধানিক প্রক্রিয়াৰ মাজেৰে আইনলৈ পৰিৱর্তন হ’ল যদিও অসম এতিয়াও উত্তাল৷ সংগ্রামী জনতাৰ বজ্রনিনাদত উত্তপ্ত ৰাজ্যৰ ৰাজনৈতিক আৰু আর্থ–সামাজিক ভেটি৷ অসমীয়া ডেকা শক্তিৰ গণতান্ত্রিক প্রতিবাদৰ সমান্তৰালকৈ আন এক শক্তিয়ে…

হিন্দু বাঙালীসকলৰ ওপৰত অসমীয়াভাষীৰ ইমান খং কিয় ?

অসমীয়াভাষী মানুহৰ ইমান খং কিয়? কিয় বাৰে বাৰে অসমত বাঙালীবিদ্বেষী মনোভাবে গা কৰি উঠে? কিয় বাঙালী বাংলা ভাষা বুলি ক’লেই এক ভাষিক বিপন্নতা অনুভৱ কৰে অসমীয়াসকলে? কিয় ইমান ঘৃণা, বিদ্বেষ, সন্দেহ?? আকৌ বৰাক তথা পশ্চিমবংগৰ এচাম বংগীয় মানুহৰো…

চন্দ্রযান–২, ইণ্ডিয়া গেট, ৰংঘৰৰ আর্হিত ভেলাঘৰ

সর্বত্র নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ চলি থকাৰ মাজতে আহি পালে ভোগৰ উৎসৱ ভোগালী বিহু৷ জাতিৰ সংকটৰ বাবে যুঁজ কৰাৰ সমান্তৰালভাৱে বাপতিসাহোন বিহুক আদৰিবলৈ উঠিপৰি লাগিছে অসমীয়া৷ যোৰহাটৰ প্রতিখন গাঁৱত এতিয়া ভেলাঘৰ নির্মাণৰ অঘোষিত প্রতিযোগিতা৷…

২০১৯ চনত ৪৫ হাজাৰ লোকক বিভিন্ন গোচৰত গ্রেপ্তাৰ আৰপিএফৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ২০১৯ বর্ষত চলন্ত ৰে’লৰ চেইন টনা ঘটনাত ৪৫ হাজাৰতকৈও অধিক লোকক ৰে’লৱে প্রটেকচন ফ’চ চমুকৈ আৰ পি এফে গ্রেপ্তাৰ কৰিছে৷ ৰে’লৱে বিভাগে প্রকাশ কৰা তথ্যৰ ভিত্তিত এই কথা জানিব পৰা গৈছে৷ যোৱা বর্ষত এনেদৰে চলন্ত ৰে’লত চেইন…

তুষাৰপাতত বন্ধ ২৫০ পথঃ ছিমলা–মানালিলৈ নাযাবলৈ পর্যটকক পৰামর্শ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ হিমাচল প্রদেশত তীব্র তুষাৰপাতে বিঘিনি ঘটাইছে সাধাৰণ জীৱনযাত্রাত৷ পর্যটকৰ বাবে আকর্ষণীয় ৰাজ্যখনৰ ছিমলা আৰু মানালিত এই তুষাৰপাতে ২৫০টাকৈ অধিক পথ বন্ধ কৰি পেলাইছে৷ যাৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে পর্যটকক ছিমলা আৰু…

‘নাছা’ই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ আকাৰৰ বাসোপযোগী গ্রহ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ বজ্ঞানীয়ে মানুহৰ বাসোপযোগী তথা পৃথিৱীৰ সমান এটা গ্রহ প্রথমবাৰৰ বাবে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ এই গ্রহটোত পানীৰ উপস্থিতিও ধৰা পৰিছে৷ তাতকৈও সুখবৰটো হ’ল তুলনামূলকভাৱে গ্রহটো আমাৰ সৌৰজগতৰ কাষতে আছে৷ নাছাৰ…