আইচিচি টেষ্ট ৰেংকিংঃ কোহলিৰ শীর্ষ স্থান অক্ষুণ্ণ
নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃআই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷
সদ্যপ্রকাশিত ৰেংকিঙত ৯২৮ পইণ্টেৰে কোহলিয়ে শীর্ষস্থানটো নিজৰ দখলতে ৰাখে৷ ইফালে, ৯১১ পইণ্টেৰে অষ্ট্রেলিয়াৰ…