নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষঃ স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধে…

ফাঁচীৰ ৰায়ত আনন্দিত নিৰ্ভয়াৰ পিতৃ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মঙলবাৰে সুদীৰ্ঘ সাত বছৰৰ অন্তত নিৰ্ভয়া কাণ্ডৰ ৪ অভিযুক্তৰ ফাঁচীৰ নিৰ্দেশ দিয়ে পাটিয়ালা হাউছ ক'ৰ্টে । ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচী দিয়া হ'ব নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক । ন্যায়ালয়ৰ এই ৰায়ৰ পিচতেই এতিয়া আনন্দিত…

মহাকাশযানত কি খাব মহাকাশচাৰীয়ে , সবিশেষ মেনু চাওঁক …

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মহাকাশযানৰ বাবে এতিয়া সম্পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৱে । মহাকাশলৈ প্ৰেৰণ কৰিব লগা চাৰিজন মহাকাশচাৰীৰ প্ৰশিক্ষণো আৰম্ভ হ'ব খুব সোনকালে । মহাকাশত সাতদিন কটাব লগা এইসকলে কি খাদ্য…

২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ফাঁচী। ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচী দিয়া হ'ব ধৰ্ষণকাৰী-হত্যাকাৰী মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰক। ৭ বছৰৰ অপেক্ষাৰ অন্তত ফাঁচী দিয়া হ'ব আটাইকেইটা ধৰ্ষণকাৰীক। ইতিমধ্যে…

JNU কাণ্ডঃ আক্ৰমণত আহতৰ বিৰুদ্ধে গোচৰ, মুকলি আকাশৰ তলত দুৰ্বৃত্ত

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে দেশত । দেওবাৰে সন্ধ্যা সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰ একতা সভাৰ সভানেত্ৰী আয়েশা…

শতাব্দী এক্সপেছত ম্যাদ উকলা খাদ্যঃ তদন্ত ঘোষণা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ সাধাৰণতে ৰেলত যাত্ৰা কৰা যাত্ৰী সকলে প্ৰায়েই ৰেলৰ খাদ্যক লৈ অভিযোগ কৰি আহিছে।ৰাজধানী অথবা শতাব্দী এক্সপেছত তেনে ঘটনা খুবেই বিৰল। কিন্তু মঙলবাৰে শতাব্দী এক্সপেছত তেনে এক ঘটনা পোহৰলৈ আহিছে। মুম্বাই-আহমেদাবাদ শতাব্দী…

গংগাৰ পাৰত মল-মূত্ৰ ত্যাগ কৰিলে ভৰিব লাগিব ১০ ৰ পৰা ২০ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ সমীপৰ গংগা নদীত এতিয়াও ভয়াবহ প্ৰদূষণে গ্ৰাস কৰি আছে। এন জি টিৰ নিৰ্দেশত গংগাৰ ঘাটত প্ৰদূষণ বিয়পোৱাসকলক ২৫,০০০ টকা জৰিমনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ।…

বিভাজন স্পষ্টঃ অগপ কাৰ্যালয়ত যুদ্ধংদেহী প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ক লৈ পুনৰ বিভাজনৰ দিশে আগবাঢ়িছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপ ৷ পূর্বৰ দৰে দলক বিভাজনৰ দিশলৈ নিয়াৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ৷…

মুম্বাইত ‘ফ্ৰী কাশ্মীৰ’ লিখা প’ষ্টাৰ লৈ কোন এই যুৱতী!

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ শেহতীয়াকৈ গেট ৱে অফ ইণ্ডিয়াত এগৰাকী যুৱতীৰ ভিডিঅ যথেষ্ট ভাইৰেল হৈছে। উক্ত ভিডিঅত এজনী যুৱতীৰ হাতত ফ্ৰী কাশ্মীৰ লিখা প'ষ্টাৰ আছিল। উল্লেখ্য জেএন ইউৰ কাণ্ডক লৈ প্ৰতিবাদ মুম্বাইৰ গেট ৱে অফ ইণ্ডিয়াত প্ৰতিবাদ হৈছিল।…

পুত্রৰ আলফালৈ গমনত গর্বিত মাতৃঃ এটা হোৱাটছ্এপ ষ্টেটাছ আৰু বিজু …

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ‘জয় আই অসম, সংযুক্ত মুক্তি বাহিনী জয়, মোক আৰু কোনেও লগ নোপোৱা’ বুলি হোৱাটছএপত ষ্টেটাছ দি ‘কা’বিৰোধী আছু নেতা বিজু গগৈৰ আলফালৈ গমনক কেন্দ্র কৰি পেঙেৰীত চাঞ্চল্য অব্যাহত আছে ৷ উল্লেখ্য যে মাত্র এটা পষেকৰ আগতে…