নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০০ টকাৰ ভিতৰত জিঅ উত্তম নে এয়াৰটেল অথবা ভডা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ বৰ্তমান সময়ত টেলিকম কোম্পানী সমূহে পেক সমূহৰ নিৰিখ সমূহ বৃদ্ধি কৰাৰ ফলত গ্ৰাহক সকলে অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য হৈছে। সম্প্ৰতি সময়ত গ্ৰাহক সকলৰ মাজত ৪০০ টকাৰ ভিতৰত থকা পেক সমূহ অধিক জনপ্ৰিয় হৈছে। এই পেক সমূহত…

বছৰৰ প্রথম দিনটোতে চাকৰি গ’ল ১৫০০জনৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নতুন বছৰৰ প্রথম দিনটোত সমগ্র ৰাজ্যবাসী আনন্দ–উল্লাসত ব্যস্ত হৈ থকাৰ সময়তে দুঃসংবাদ লাভ কৰিলে ভিন্ন প্রান্তত কর্মৰত প্রায় ১,৫০০ আয়ুষ্মান মিত্র আৰু আৰোগ্য মিত্রসকলে ৷ বিগতদুবছৰ ধৰি স্বাস্থ্যসেৱাৰ সৈতে জড়িত আয়ুষ্মান…

আজি সমুখ সমৰত মহন্ত-অতুল

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ক লৈ পুনৰ বিভাজনৰ দিশে আগবাঢ়িছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপ ৷ পূর্বৰ দৰে দলক বিভাজনৰ দিশলৈ নিয়াৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ৷…

নাগৰিকপঞ্জী উন্নীতকৰণত ২০১৭লৈ ব্যয় হোৱা পুঁজিত ১৫০ কোটি টকাৰ দুর্নীতি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী অর্থাৎ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত বিয়াগোম দুর্নীতি হোৱাৰ তথ্য উন্মোচিত হৈছে ‘কেগ’ৰ (কম্পট্রলাৰ এণ্ড অডিটৰ জেনেৰেল অৱ ইণ্ডিয়া) শেহতীয়া প্রতিবেদনত ৷ হাতত ‘কেগ’ৰ প্রতিবেদন লৈ তথ্য সহকাৰে এই…

ভাৰতত বিধ্বস্ত বজাৰ অর্থনীতি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইৰানৰ সংঘাতে মধ্যপ্রাচ্যত সৃষ্টি কৰা যুদ্ধসদৃশ পৰিৱেশৰ বিৰূপ প্রভাৱ পৰিছে ভাৰতৰ বজাৰ অর্থনীতিত ৷ ইতিমধ্যে আর্থিক মন্দাৱস্থা চলি থকা দেশখনৰ অর্থনীতি আৰু অধিক অৱনতি ঘটিছে ৷ একপ্রকাৰ দেশৰ…

তিব্বত সীমান্তত বর্ষটোৰ প্রথম সামৰিক অনুশীলন চীনৰ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বর্ষটোৰ প্রথম গুৰুত্বপূর্ণ সামৰিক অনুশীলন আৰম্ভ কৰিছে চীনে৷ তিব্বত সীমান্তত দেশখনে আৰম্ভ কৰিছে এই সামৰিক অনুশীলন৷ ৰাষ্ট্রপতি ঝি জিনপিঙে শীর্ষ সেনা বিষয়াসকলক এই অনুশীলনৰ সময়ত সম্বোধি কৈছে যে চীনৰ সশস্ত্র বাহিনীৰ…

ট্রাম্পৰ হত্যাকাৰীক ৮০ নিযুত ডলাৰ দিব ইৰানে

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বাগদাদত সেনা জেনেৰেল কাছেম ছোলেইমানীক আমেৰিকাই ড্রোন আক্রমণেৰে হত্যা কৰাৰ পিছৰে পৰা হোৱাইট হাউছ তথা ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে ক্ষোভত জ্বলি আছে সমগ্র ইৰান৷ সোমবাৰে তেহৰানত ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াৰ অনুষ্ঠানত…

নিজৰ নগ্ন আলোকচিত্র বিক্রী কৰিছে এগৰাকী মডেলে, কিন্তু কিয় ?

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ আচৰিত নহ'ব । এগৰাকী ২০ বছৰীয়া মডেলে নিজৰ নগ্ন আলোকচিত্র বিক্রী কৰা ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে । পিচে ভুল নুবুজিব । এইগৰাকী মডেলৰ এই কাৰ্যৰ আঁৰত আছে এক মহান উদ্দেশ্য । অষ্ট্রেলিয়াৰ বনজুইত ক্ষতিগ্রস্ত…

ছডনী টেষ্টতো ২৭৯ ৰানত পৰাস্ত নিউজিলেণ্ডঃ ৩–০ ত শৃংখলা দখল অষ্ট্রেলিয়াৰ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ ছিডনী টেষ্টতো ২৭৯ ৰানত পৰাজয় স্বীকাৰ কৰিলে নিউজিলেণ্ডে৷ ছিডনী টেষ্টত বিজয়ী সূত্রে ঘৰুৱা দল অষ্ট্রেলিয়াই তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৩–০ৰ ব্যৱধানত হস্তগত কৰে৷ টেষ্টখনত কেংগেৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ৪১৬…

দৈজিং চাইকেল ৰেচ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ অসম পর্যটন আৰু বি টি চি পর্যটনৰ উদ্যোগত আয়োজন কৰা দৈজিং মহোৎসৱত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় দৈজিং এক্স চি এম চাইকেল ৰেচ৷ উল্লেখ্য যে চিৰাঙৰ আই নদীৰ পাৰত আয়োজিত এই মহোৎসৱৰ উল্লেখযোগ্য অংশ হিচাপে ঘন অৰণ্যৰ মাজত ৩০…