বগাহাতীত পৰিণত ৮ পানী যোগান আঁচনি
নিয়মীয়া বার্তা ৭ জানুৱাৰীঃ ৰাজ্য চৰকাৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কোটি কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি আহিছে যদিও এতিয়াও বহু অঞ্চল বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ ৰাজ্যৰ গ্রামাঞ্চলতো দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীৰ পৰা মাত্র কেই…