নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকসকলে ১০ টকাতে পাব এসাঁজ আহাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰে অতিশীঘ্রে কৃষকলৈ ১০ টকাতে খাদ্য যোগান ধৰাৰ এক আঁচনি মুকলি কৰিব ৷ উৎপাদিত ফচলৰ বজাৰত কৃষকে ১০ টকাৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ’ব এসাঁজ আহাৰ ৷ উল্লেখনীয় যে একেই ব্যৱস্থা…

চলন্ত ৰে’লত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটিলে যুৱকে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মহাৰাষ্ট্ৰৰ এজন ২০ বছৰীয়া যুৱকে এখন চলন্ত লোকেল ট্ৰেইনত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটে । মৃত যুৱকজন দিলচান বুলি চিনাক্ত কৰা হৈছে । দিলচানে ষ্টাণ্ট কৰাৰ বাবে ট্ৰেইনখনৰ কাষত ওলমি থকাৰ সময়তে বাহিৰৰ এটা খুঁটাত…

‘কা’ক সমর্থন কৰা বিধায়কক নিলম্বন মায়াৱতীৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ অর্থাৎ ‘কা’ক সমর্থন কৰাৰ অপৰাধত বিএছপি মুৰব্বী মায়াৱতীয়ে দলৰ বিধায়ক ৰামা ৰায়ক নিলম্বন কৰিছে ৷ স্মর্তব্য যে নতুন এই আইনখনৰ বিৰুদ্ধে সৰৱ হৈ আছে মায়াৱতী ৷ পাকিস্তান, বাংলাদেশ আৰু…

প্রতিবাদকাৰীক পাকিস্তানত বাস কৰাৰ নির্দেশ আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ মীৰাটত ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণ কৰা মুছলমান লোকসকলক অশালীন ব্যৱহাৰ কৰি পাকিস্তানত গৈ বাস কৰিবলৈ নির্দেশ দিয়া আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰে ৷ আৰক্ষী বিষয়াজনে মুছলমান…

২০ত অলিম্পিক সংস্থাৰ নিজা ভৱন

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃঅসমৰ ক্রীড়া ক্ষেত্রক ইতিবাচক দিশত আগবঢ়াই নিবলৈ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰিছে বহুবোৰ গুৰুত্বপূর্ণ তথা ঐতিহাসিক পদক্ষেপ৷ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা ৰাজ্য চৰকাৰৰ ছাত্র আৰু যুৱকল্যাণ…

নিজৰাৰ পানী খায়ে জীৱন ধাৰণ কৰে তালতলাবাসীয়ে

নিয়মীয়া বাৰ্তা,৩০ ডিচেম্বৰঃ স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো চৰকাৰী উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই বীৰকুছিৰ তালতলা অঞ্চলবাসীক ৷ গ্রামাঞ্চলতো দূৰৰে কথা, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা মাত্র কেইকিলোমিটাৰমান দূৰত্বত থকা তালতলাবাসীয়ে বছৰৰ পিছত বছৰ…

জুলাইত অসম-বাংলা সীমান্তৰ স্মাৰ্ট ফেন্স

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ অসমক চুই যোৱা ভাৰত–বাংলাদেশ সীমান্তৰ নদীৰ পাৰত চলি থকা ‘স্মার্ট ফেন্স’ৰ কাম অহা বছৰ জুলাই মাহত সম্পূর্ণ হ’ব৷ এই মন্তব্য প্রকাশ কৰিছে ভাৰতীয় সীমান্ত নিৰাপত্তা বাহিনী, চমুকৈ বি এছ এফৰ সঞ্চালকপ্রধান ভি কে জোহৰীয়ে৷…

২০১৮-১৯ বিত্তীয় বৰ্ষত ২৭ হাজাৰ কোটিৰ লোকচান শক্তি বিতৰণ কোম্পানীৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে দেওবাৰে মন্তব্য কৰিছে যে ২০১৮–১৯ বিত্তীয় বর্ষত দেশৰ শক্তি বিতৰণ কোম্পানীসমূহে ২৭ হাজাৰ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে৷ শক্তিমন্ত্রীজনে লগতে কয় যে অহা দুটা বছৰত বিদ্যুতৰ সৰবৰাহ…

নৌসেনাত নিষিদ্ধ হ’ল ফেচবুক

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ এতিয়াৰে পৰা নৌসেনাত কৰ্মৰত জোৱান-বিষয়াই ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক । কিয়নো কিছুদিন পূৰ্বে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৭ জনকৈ নৌসেনাৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত ভাৰতীয় নৌসেনাই লৈছে এই কঠোৰ সিদ্ধান্ত…

ছাগত পদকজয়ী ৬ খেলুৱৈক মুখ্যমন্ত্রীৰ ক্রীড়া বঁটা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ  ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পদক জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ৬গৰাকী খেলুৱৈক দেওবাৰে ৰাজ্য চৰকাৰে ৰাজ্যিক ক্রীড়া বঁটা প্রদান কৰে৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ…