বলিউডত ৩০ বছৰ সম্পূৰ্ণ কৰিলে ছলমানে
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ভাৰতীয় চিনেমাত তিনিটা দশক সম্পূৰ্ণ কৰিলে অভিনেতা ছলমান খানে । এই ক্ষণত তেওঁ চিনেমা প্ৰেমী, অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ।
ইপিনে ছবিজগতত এই ৩০ বছৰীয়া যাত্রাক কোনো আশ্চর্যতকৈ কোনোগুনে কম নহয় বুলি মন্তব্য কৰে…