৬ খনকৈ পৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন নিৰ্মাণ কৰিব ভাৰতীয় নৌসেনাই !
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাই পানীৰ তলত শক্তি বৃদ্ধিৰ বাবে ১৮ খন প্রচলিত আৰু ৬ খন পাৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
ভাৰতীয় নৌসেনাই আৰিহান্ট ক্লাস এছএছবিএন-ৰ লগতে ৬ খন পৰমানৱিক শক্তি সম্পন্ন…