নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা ভিডিঅ’ক লৈ চাঞ্চল্য; ত্রিপুৰাৰ দলদলি সীমান্ত অতিক্রমি সোমাইছে অবৈধ বাংলাদেশী

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলসহ দেশৰ ভিন্ন প্ৰান্ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে উত্তাল কৰি ৰখাৰ সময়তে এটা বিশেষ ভিডিঅ' ক্লিপে চাঞ্চল্য সৃষ্টি কৰিছে । ভিডিঅ' ক্লিপটোত কোৱা হৈছে- নিৰাপত্তা ব্যৱস্থাত থকা…

মহানগৰীৰ সমীপৰ বোন্দাত ৰে’ল ক্ৰছিঙৰে বিপদসংকুল যাত্ৰা

 নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী বোন্দাত উন্মুক্ত লেভেল ক্রছিঙৰ মাজেৰে অতি বিপজ্জনকভাৱে বছৰ বছৰ ধৰি অহা–যোৱা কৰি আছে অঞ্চলটোৰ দহ সহস্রাধিক লোক৷ আশ্চর্যজনকভাৱে উক্ত স্থানত এটা লেভেল ক্রছিং স্থাপনৰ বাবে বাৰম্বাৰ…

মহানগৰীৰ পাণবজাৰৰ পার্কিঙত অসামাজিক কার্যকলাপ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জিএমডিএ) কর্তৃপক্ষৰ অৱহেলাৰ বাবে পাণবজাৰস্থিত ফুডভিলাৰ তলত থকা কাৰ পার্কিং জহি–খহি যোৱাৰ উপক্রম ঘটিছে৷ জিএমডিএ কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই আটকধুনীয়াকৈ নির্মাণ কৰা…

মহানগৰীত গ্ৰেপ্তাৰ প্ৰৱঞ্চক, নিবনুৱাৰ পৰা লুটিলে ৪১ লাখ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ ৰে’ল বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে নিবনুৱা যুৱকৰ পৰা প্রৱঞ্চনাৰে ধন আত্মহত্যা কৰা এজন প্রৱঞ্চকক আজি সাতগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চকটো পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ বাসিন্দা উত্তম দে’ (৩৯) বুলি জানিব পৰা…

ব্রহ্মপুত্র ৰিভাৰ প্রজেক্টলৈ চীন–বাংলাদেশৰ সন্মতি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আৰম্ভ হ'বলগীয়া অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পলৈ বিনা আপত্তিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে চীন আৰু বাংলাদেশে । বিশ্ববেংকৰ অৰ্থ সাহাৰ্যৰে ৰূপেয়ণ কৰিবলগীয়া এই প্ৰকল্পৰ ক্ষেত্ৰত নদীখন সংলগ্ন…

মহানগৰীৰ শান্তিপুৰত গ্রেপ্তাৰ কিশোৰী নির্যাতনকাৰী

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ মহানগৰীৰ শান্তিপুৰত এগৰাকী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত নিৰঞ্জন কলিতা নামৰ এজন লোকক ভৰলুমখ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি শান্তিপুৰৰ গোৱেংকা নার্ছিং হোমৰ সমীপত থকা এটা বাসগৃহত…

শেষ ডিচেম্বৰৰ শীতৰ প্রকোপত কঁপিছে অসম

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ শেষ ডিচেম্বৰৰ শীত প্রৱাহৰ প্রকোপত পৰিছে অসমো৷ শীতৰ প্রকোপ–কুঁৱলীৰ আচ্ছাদনে আজিৰ দিনটো বিশেষকৈ পুৱা আৰু নিশাৰ ভাগত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রাত কিছু পৰিমাণে বিৰূপ প্রভাৱ পেলায়৷ গুৱাহাটী মহানগৰীতেই পুৱা ঘন…

দলিত নেতাৰে বৈঠকত বহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ সর্বস্তৰৰ জনসাধাৰণে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে ভাৰতীয় জনতা পার্টীয়ে দেশৰ দলিত সম্প্রদায়ৰ নেতাসকলক এই আইনৰ উপযোগিতা বুজোৱাৰ লক্ষ্য লৈছে৷ এই লক্ষ্যৰে কাইলৈ নতুন দিল্লীত…

লক্ষ্ণৌত প্রিয়ংকা গান্ধীক বাধা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ  নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ নামত হিংসাত্মক কার্যত জড়িত হোৱাৰ অভিযোগত গ্রেপ্তাৰ হোৱা প্রাক্তন আইপিএছ তথা সমাজকর্মী এছ আৰ ডাৰাপুৰীৰ আত্মীয়ক সাক্ষাতৰ বাবে আজি লক্ষ্ণৌত উপস্থিত হয় কংগ্রেছৰ সাধাৰণ সম্পাদক…

১২ ডিচেম্বৰৰ পৰা অসমত ভৰি থোৱা নাই এজনো দেশী-বিদেশী পৰ্যটকে

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱাৰ তথ্য দাঙি ধৰিলে দিল্লীত ট্যুৰ কনছালটেণ্টে । শনিবাৰে এখন সংবাদমেলত প্ৰকাশ কৰা এক উদ্বেগজনক তথ্য মতে, যোৱা ১২ ডিচেম্বৰৰ পৰা দেশ–বিদেশৰ…