নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহল অন্তৰৰ সাধাৰণ মানুহবোৰ…

                                                         (১) এঠাইলৈ গৈ আছিলোঁ৷ এমাহমান আগৰ কথা৷ গৈ থাকোঁতে বাটৰ দাঁতিত বহা গুমটিৰ দোকান এখনৰ পৰা বিতোপন (স্বামী)–এ তামোল, চকলেট ইত্যাদি কিনিলে৷ পকেটৰ পৰা ১০টকীয়া নোট এখন উলিয়াই দোকানখনৰ মহিলা…

উচটনিমূলক বক্তব্যঃ মৃণাল শইকীয়াৰ বিৰুদ্ধে গর্জন যুৱ পৰিষদৰ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিজেপিৰ এগৰাকী বিধায়কে কৰা উচটনিমূলক মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত…

কলগাছিয়া–যোগীঘোপাত্ উৎখাত দুটা অবৈধ কাঠফলা মিল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জনিয়া সমষ্টিৰ পূব কলগাছিয়াত শনিবাৰে বন বিভাগ আৰু এছ এছ বি জোৱানে অভিযান চলায়৷ এই অভিযানত এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে মেচিনসহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ বৰপেটাৰোড আঞ্চলিক বন বিভাগৰ বন…

২০০৯ চনৰ পৰা ১২৫ কোটি আধাৰ কার্ড প্রদান

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ইউনিক আইডেণ্টিফিকেচন অথ’ৰিটী অৱ ইণ্ডিয়াই ঘোষণা কৰিছে যে এতিয়ালৈকে ভাৰতত ১২৫ কোটি আধাৰ কার্ড মুকলি কৰা হৈছে৷ ২০০৯ চনৰ পৰা দেশৰ ১২৫ কোটি লোকে ১২টা সংখ্যাৰ আধাৰ কার্ড লাভ কৰিছে বুলি কেন্দ্রীয় চৰকাৰৰ সূত্রত প্রকাশ৷…

আজি শুৱালকুছিত বিজেপিৰ মৌন শান্তি সমদল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জাগীৰোডৰ পিছত এইবাৰ শুৱালকুছিত আজি বিজেপিয়ে উলিয়াব মৌন শান্তি সমদল৷ অসমত শান্তি আৰু বিৰামহীন প্রগতিৰ বাবে বিজেপিয়ে উলিওৱা এই সমদলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা প্রমুখ্যে…

হোমেন বৰগোহাঞিক ওৰাঙৰ ১২ অনুষ্ঠান–সংগঠনৰ সম্বর্ধনা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ওৰাঙৰ ৰাইজৰ ইমান মৰম, ইমান আদৰ, সম্বর্ধনা দেখি মই অভিভূত হৈছোঁ৷ বুদ্ধিজীৱী, বিশিষ্ট সাহিত্যিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে শনিবাৰে ওৰাঙত এক অনানুষ্ঠানিক সম্বর্ধনা গ্রহণ কৰি গুণমুগ্ধৰ…

দিখৌ নৈত সলিল সমাধি পিতা-পুত্ৰৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ শিৱসাগৰৰ মেটেকাত অঘটন। দিখৌত সলিল সমাধি পিতা-পুত্ৰৰ। সন্ধানহীন পুত্ৰ পাৰ্থপ্ৰতিম বৰুৱা (২০)। পিতা-পুত্ৰ মেটেকা পানীচুকী গাঁৱৰ বাসিন্দা। দিখৌত গা ধুবলৈ গৈ পানীত ডুব যায় পাৰ্থপ্ৰতিম। পুত্ৰক বচাবলৈ গৈ পিতৃও ডুব যায়…

নকল টকা জব্দ, আৰক্ষীৰ সফলতা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে জব্দ কৰে এটা নকল টকা ছপা কৰা মেছিনসহ ১৮ হাজাৰ টকা।                              জানিব পৰা মতে লখিমপুৰৰ ফুকনদলনি আৰু দোলাহাটত পৃথকে পৃথকে আৰক্ষীয়ে অভিযান চলাই আইনুল হক আৰু…

মেৰী কমৰ পাঞ্চত নকআউত নিখত জেৰিণ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নতুন দিল্লীৰ ইণ্ডিয়া গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মহিলা বক্সিং অলিম্পিক কোৱালিফাৰ্য়আৰ্ছত মেৰী কমে শনিবাৰে ৫১ ওজন শাখাত প্ৰতিদ্বন্ধী নিখত জেৰিণক পৰাস্ত কৰে। মনকৰিব লগীয়া যে নিখত জেৰিণে কিছুদিনৰ পূৰ্বে ভাৰতীয়…

ধ্বংসকাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰি নিলাম কৰক : হিন্দু সেনা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তিৰ ব্যাপক ধ্বংসকার্য সংঘটিত কৰাসকলৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছে সদৌ অসম হিন্দু সুৰক্ষা সেনাই ৷ শুকুৰবাৰে গুৱাহাটীত এখন…