জিএনআৰচিত চিকিৎসাধীন গুলীবিদ্ধ সঞ্জীৱ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্র ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এই আন্দোলনৰ সময়ত অর্থাৎ যোৱা ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ হয় নলবাৰীৰ এজন নিৰীহ যুৱক ৷
গুৱাহাটীত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে…