ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষা ভাৰতৰ
নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতে মঙলবাৰে পৃষ্ঠভূমিৰ পৰা পৃষ্ঠভূমিলৈ নিক্ষেপ কৰিব পৰা ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র ব্রাহ্মোছৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ৷
প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য ৷…